You don't have javascript enabled. Please Enabled javascript for better performance.

বন্ধৰ সময়ছোৱাত আপুনি অধ্যয়ন কৰা পাঁচখন গ্ৰন্থ অথবা উপভোগ কৰা পাঁচখন চিনেমা

Start Date: 06-04-2020
End Date: 17-05-2020

ক’ভিড-১৯ -ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা ২৪ মাৰ্চ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ক’ভিড-১৯ -ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা ২৪ মাৰ্চ তাৰিখে জাৰি কৰিছে দেশজুৰি লকডাউনৰ জাননী। ২১ দিনীয়া এই লকডাউনত জনসাধাৰণক স্বাস্থ্যজনিত জৰুৰী বিধি হিচাবে নিজৰ ঘৰতে থকাৰ বাবে আহ্বান জনোৱা হৈছে। ঘৰতে থকাৰ এই দীঘলীয়া্ সময়ছোৱাত আমি পৰিয়ালৰ সৈতে কিছু মূল্যবান সময় অতিবাহিত কৰাৰ লগতে আমাৰ কিছু অভিৰুচিও পূৰণ কৰিব পাৰো। চিনেমা চোৱা অথবা কিতাপ পঢ়াতো আমাৰ বহুতৰে এক হবি। বন্ধৰ এই সময়ছোৱাত আপুনিও কিতাপ পঢ়া অথবা চিনেমা চোৱাৰ পৰিকল্পনা নিশ্চয় কৰিছে। যদি কৰিছে তেন্তে মাই গভ অসমৰ সৈতে শ্বেয়াৰ কৰক আপোনাৰ কিতাপ পঢ়া অথবা চিনেমা চোৱাৰ হবি।
বন্ধৰ সময়ছোৱাত আপুনি উপভোগ কৰা অথবা চোৱাৰ পৰিকল্পনা কৰি থকা পাঁচখন চিনেমাৰ নাম আমাক জনাওক। যদি আপুনি কিতাপ পঢ়ি ভাল পায়, তেন্তে আপুনি পঢ়ি থকা অথবা পঢ়াৰ পৰিকল্পনা কৰি থকা পাঁচখন গ্ৰন্থৰ নাম আমাক জনাওক।
গ্ৰন্থ অথবা চিনেমাৰ নাম সমূহ তলত মন্তব্য আকাৰে জনাব পাৰে।

সকলো মন্তব্য
Total Submissions ( 99) Approved Submissions (99) Submissions Under Review (0) জমা বন্ধ
Reset
99 তথ্য পোৱা গ’ল

DHEERAJ NARAYAN YADAV 5 বছৰ 10 হিচাপপূৰ্বে

NAMASTE INDIA,
FIVE BOOKS TO INDULGE IN DURING THE LOCKDOWN ARE:-
1. THE FOUNTAIN HEAD-AYN RAND
2. WHY I AM A HINDU? - DR. SHASHI THAROOR
3. MAMARE DHARA TAROWAL - MAMONI ROYSOM GOSWAMI
4. BORN A CRIME - TREVOR NOAH
5. HOW I TAUGHT MY GRANDMOTHER TO READ AND OTHER STORIES - SUDHA MURTY
HOPE YOU ALL WOULD LOVE READING THESE BOOKS.

Prasanta Verma 5 বছৰ 10 হিচাপপূৰ্বে

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ আহ্বান জনোৱা লকডাউনৰ এই সময়ছোৱাত ঘৰতে থাকি গ্ৰন্থ অধ্যয়ন কৰাটো নিতান্তই এটা গুৰুত্বপূৰ্ণ কাম । যিহেতু গ্ৰন্থ অধ্যয়ন হৈছে জ্ঞান আহৰণৰ এক প্ৰাচীনতম আৰু শ্ৰেষ্ঠ মাধ্যম । এই সময়ছোৱাত মই পঢ়িবলৈ লোৱা পাঁচখন গ্ৰন্থ হ'ল-
১. ভাগৱত গীতা যথাযথ,ব্যাখ্যা-স্বামী প্ৰভূপাদ
২. শেষেৰ কবিতা-ৰবীন্দ্ৰনাথ ঠাকুৰ, অনুঃনিশিপ্ৰভা ভূঞা
৩. ভিন্ন সময় অভিন্ন মত-হিমন্তবিশ্ব শৰ্মা
৪. বিশ্ব পৰিচয়-ৰবীন্দ্ৰনাথ ঠাকুৰ
৫. Diary of a wimpy kid-Jeff Kinney

JAYANTA TOPADAR 5 বছৰ 10 হিচাপপূৰ্বে

During these Lockdown days, I have
Watched the following five films :

1) "BOSE : The Forgotten Hero"
2) "Maine Gandhi Ko Nahin Maara" (Jahnu Baruah)
3) "URI -The Surgical Strike"
4) "Shaheed" (based on the life of Bhagat Singh)
5) "BORDER" (J.P.Dutta)

These films are a lesson of life that one should learn to know the real India. Everyone should view it again and again.

Sanjoy Mudoi 5 বছৰ 10 হিচাপপূৰ্বে

The five books among others I have seen again during my free time of lock-down period’s are-
1. “BHAGAVAD GITA”, by Swami Prabhupada
2. “KIRTANA-GHOSHA”, by Sri Sri Sankardeva
3. “The Discovery of India”, by Jawaharlal Nehru
4. “Great Indian Novel”, by Shashi Tharoor
5. “The Argumentative Indian”, by Amartya Sen