You don't have javascript enabled. Please Enabled javascript for better performance.

থলুৱা খাদ্যসম্ভাৰৰ ৰন্ধন প্ৰণালী প্ৰেৰণ কৰক মাই গভ অসমলৈ

Start Date: 10-03-2021
End Date: 10-04-2021

থলুৱা খাদ্য সম্ভাৰত অতিকৈ চহকী অসম। বিভিন্ন জাতি- জনগোষ্ঠীৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

থলুৱা খাদ্য সম্ভাৰত অতিকৈ চহকী অসম। বিভিন্ন জাতি- জনগোষ্ঠীৰ মিলনভূমি অসমত যিদৰে বাৰেবৰণীয়া সাংস্কৃতিক পৰম্পৰা বিৰাজমান ঠিক সেইদৰে বিভিন্ন প্ৰচলিত খাদ্যাভাসেও চহকী কৰি তোলে অসমৰ সাংস্কৃতিক ঐতিহ্যক। বিভিন্ন থলুৱা তথা জনগোষ্ঠীয় খাদ্যসম্ভাৰে অসমক দিছে এক অনন্য পৰিচয়।

পৰম্পৰাগত খাদ্যসমূহে বৰ্তমান আমাৰ মাজত খুবেই জনপ্ৰিয়তা অৰ্জন কৰিছে। আমি ঘৰতো এই খাদ্যসম্ভাৰ প্ৰয়োজনীয় উপকৰণৰ দ্বাৰা প্ৰস্তুত কৰি ল’ব পাৰো। অসমৰ সমাজ জীৱনৰ বিভিন্ন পৰম্পৰাগত খাদ্যসম্ভাৰ প্ৰস্তুত কৰি যদি আপুনি ভাল পায়, তেন্তে আমালৈ প্ৰেৰণ কৰক খাদ্যসম্ভাৰৰ ফটোৰে সৈতে আপোনাৰ ৰন্ধন প্ৰণালী।

নিৰ্বাচিত ১০ টা ৰন্ধন প্ৰণালীক মাই গভ অসমৰ সামাজিক মাধ্যম সমূহত প্ৰকাশ কৰা হ’ব আৰু আগবঢ়োৱা হ’ব একোখনকৈ প্ৰশংসা পত্ৰ।

যোগদানৰ অন্তিম তাৰিখ ১০ জুন

নাম, যোগাযোগ নম্বৰ সহ খাদ্যসম্ভাৰৰ ফটো আৰু ৰন্ধন প্ৰণালী তলত মন্তব্য আকাৰে প্ৰেৰণ কৰিব পাৰে।

নিয়মাৱলীঃ
• এই প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব
• প্ৰস্তুত কৰা খাদ্যসম্ভাৰৰ ফটো নিজে তোলাটো বাঞ্চনীয়
• প্ৰেৰকৰ নাম, ঠিকনা, যোগাযোগ নম্বৰ থকাটো বাধ্যতামূলক।
• এগৰাকী প্ৰতিযোগীয়ে কেইবাটাও ৰন্ধন প্ৰণালী পঠিয়াব পাৰিব।
• প্ৰস্তুত কৰা খাদ্য সম্ভাৰৰ চমু বিৱৰণ থকাটো বাধ্যতামূলক। লগতে থলুৱা উপকৰণ সমূহৰ নাম উল্লেখ থকাটো প্ৰয়োজনীয়।
• আনৰ পৰা বিনা অনুমতিত প্ৰেৰণ কৰা ৰন্ধন প্ৰণালী আৰু ফটো গ্ৰহণযোগ্য নহ’ব।
• বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ’ব।

সকলো মন্তব্য
মুঠ অৱদান ( 51) অনুমোদিত অৱদানসমূহ (40) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (11) জমা বন্ধ
Reset
40 তথ্য পোৱা গ’ল
840

oli choudhury 4 বছৰ 5 হিচাপপূৰ্বে

মছন্দৰী- পদিনা-কণ বিলাহী ৰ চাটনি--
উপকৰণ সমূহ-
20 টা মান মছন্দৰী পাত
5 টা মান পদিনা পাত
7 টা মান কণ বিলাহী
2 ফুট নহৰু
3 তা কেঁচাজলকীয়া
অলপ মান মিঠাতেল
সোৱাদ অনুসৰি নিমখ
এচিকুট চেনি
প্ৰণালী-
মিঠাতেল, চেনি আৰু নিমখৰ বাহিৰে গোটেইখিনি ভালকৈ বতি লব লাগিব। তাৰ পিছত নিমখ , চেনি আৰু মিঠাতেল দি ভালকৈ মিক্স কৰিলেই চাটনিখন খাবলৈ সোৱাদ ভৰা হৈ পৰে।

অলি চৌধুৰী
সুন্দৰবৰী, জালুকবাৰী, ghy14
7002747831

840

oli choudhury 4 বছৰ 5 হিচাপপূৰ্বে

টেঙেচী শাক আৰু আলুৰ জোল---
উপকৰণ সমূহ-
আধামুঠি টেঙেচী শাক
দুটা সিজাই লোৱা আলু
2 চামুচ মিঠাতেল
1/3 চামুচ হালধি
সোৱাদ অনুসৰি নিমখ
আধা চামুচ সৰিয়হ
প্ৰণালী-
প্ৰথমতে টেঙেচী শাক খিনি ভালকৈ বতি লৈ সিজাই দুই গিলাচ পানী যোগ কৰি 10 মিনিট গেছ ৰ জুই medium ত ৰাখি গৰম কৰি লৈছো। এতিয়া কেৰাহীত 2 চামুচ মিঠাতেল দি সৰিয়হ খিনি দি ফুটিব দিছো। সিজোৱা আলুখিনি হাতেৰে অলপ ভাঙি দি তেল ত দি 2মিনিটমান হালধি, নিমখ দি অলপ সময় ভাজি তাত গৰম টেঙেচী শাক-পানী খিনি ঢালি দিছোঁ। পিছত ভালকৈ উতল অহাত নমাই থলোঁ ।

840

oli choudhury 4 বছৰ 5 হিচাপপূৰ্বে

মছন্দৰী- পদিনা-কণ বিলাহী ৰ চাটনি--
উপকৰণ সমূহ-
20 টা মান মছন্দৰী পাত
5 টা মান পদিনা পাত
7 টা মান কণ বিলাহী
2 ফুট নহৰু
3 তা কেঁচাজলকীয়া
অলপ মান মিঠাতেল
সোৱাদ অনুসৰি নিমখ
এচিকুট চেনি
প্ৰণালী-
মিঠাতেল, চেনি আৰু নিমখৰ বাহিৰে গোটেইখিনি ভালকৈ বতি লব লাগিব। তাৰ পিছত নিমখ , চেনি আৰু মিঠাতেল দি ভালকৈ মিক্স কৰিলেই চাটনিখন খাবলৈ সোৱাদ ভৰা হৈ পৰে।

840

oli choudhury 4 বছৰ 5 হিচাপপূৰ্বে

মছন্দৰী- পদিনা-কণ বিলাহী ৰ চাটনি--
উপকৰণ সমূহ-
20 টা মান মছন্দৰী পাত
5 টা মান পদিনা পাত
7 টা মান কণ বিলাহী
2 ফুট নহৰু
3 তা কেঁচাজলকীয়া
অলপ মান মিঠাতেল
সোৱাদ অনুসৰি নিমখ
এচিকুট চেনি
প্ৰণালী-
মিঠাতেল, চেনি আৰু নিমখৰ বাহিৰে গোটেইখিনি ভালকৈ বতি লব লাগিব। তাৰ পিছত নিমখ , চেনি আৰু মিঠাতেল দি ভালকৈ মিক্স কৰিলেই চাটনিখন খাবলৈ সোৱাদ ভৰা হৈ পৰে।

23190

heena farooqui 4 বছৰ 5 হিচাপপূৰ্বে

Assamese Thali:
This is the most significant of them all, served in a bell metal plate and several small bowls in it . A traditional Assamese thali shall consist of a khar (an alkali made ideally with raw papaya), bilahi chutney ( tomato chutney), labra (a melange of vegetable curry), joha rice (an aromatic rice found in this part of the country, a short grain rice very similar to Bengal's gobindobhog), a xaak bhaji (an assortment of greens stir fried with little spices and ginger).

23190

heena farooqui 4 বছৰ 5 হিচাপপূৰ্বে

Assamese Thali:
This is the most significant of them all, served in a bell metal plate and several small bowls in it . A traditional Assamese thali shall consist of a khar (an alkali made ideally with raw papaya), bilahi chutney ( tomato chutney), labra (a melange of vegetable curry), joha rice (an aromatic rice found in this part of the country, a short grain rice very similar to Bengal's gobindobhog), a xaak bhaji (an assortment of greens stir fried with little spices and ginger).

700

Garima Baruah 4 বছৰ 5 হিচাপপূৰ্বে

ৰেচিপীৰ নাম:বেতগাজৰ পোৰা পিটিকা

অসমত থলুৱাভাৱে উপলব্ধ এবিধ উদ্ভিদ হৈছে বেতগছ।বেতগছক আচবাব বনাওতে ব্যৱহাৰ কৰাৰ উপৰিও ইয়াৰ বহুতো ঔষধি গুণো আছে।বেতগাজ খালে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।

বেতগাজৰ পোৰা পিটিকা বনাবলৈ প্ৰথমে বেতৰ গাজ কেইদাল জুইত পুৰি ললো ।গাজ কেইদাল সিজি যোৱাত জুইৰ পৰা উলিয়াই আনিলো। তাৰপিছত ভিতৰৰ কোমল বগা অংশখিনি উলিয়াই সৰু সৰুকৈ কাটি ললো আৰু তাত নিমখ,জলকীয়া, পিয়াজ, আদা আৰু কেঁচা মিঠাতেল সানি পিটিকা কণ বনালো অতি কম সময়ৰ ভিতৰতে বনাব পৰা এই পিটিকাখনৰ সোৱাদ তিতা হয়।

600

Pritika Angelika Chittaranjan 4 বছৰ 5 হিচাপপূৰ্বে

Recipe for Bamboo Shoot Chicken -
Ingredients
1 tomato, 2 onions, 2 large potatoes, Bhut Jolokia, Ginger, Garlic, 300g chicken, 1 tbsp ginger garlic paste (for marination), 3 tbsp bamboo shoot, 1 tbsp oil, Salt.

Method
Marinate the chicken in ginger-garlic paste and a sprinkle of salt and set aside. Dice the vegetables. Heat oil and saute onions, ginger, and garlic until golden brown. Add remaining ingredients and let it come to a boil. Once cooked, add the bamboo shoot and season.

600

Pritika Angelika Chittaranjan 4 বছৰ 5 হিচাপপূৰ্বে

Pritika Chittaranjan, Guwahati, pritika.chittaranjan@gmail.com
Recipe Name - Khorisa Chicken

Bamboo Shoot, traditionally known as Khorisa, is widely used in the Assamese cuisine. The shoot can be used fresh, or once it has fermented. For the recipe I followed, I used the fermented kind and paired it with Bhut Jolokia (Ghost Chilli) and tomatoes, for a tangy and spicy aftertaste. The curry itself is light on the stomach and usually served with Joha rice. An easy recipe, and a great meal!

  •