You don't have javascript enabled. Please Enabled javascript for better performance.

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ?

Start Date: 26-03-2020
End Date: 03-05-2020

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ? ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ?

বিশ্বজুৰি কৰ’না ভাইৰাছ সংক্ৰমণৰ জটিল পৰিস্থিতিত বিশ্বৰ কেইবাখনো দেশৰ লগতে ভাৰতবৰ্ষতো ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্য সুৰক্ষাৰ অৰ্থে নিজৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্য ঘৰতে আবদ্ধ হৈ থকাটো অত্যন্ত জৰুৰী কথা।

দৈনন্দিন ব্যস্ততাপূৰ্ণ জীৱনশৈলী কিছু সালসলনি কৰি আমি সকলোৱে এই সময়খিনি নিজৰ পৰিয়ালৰ সৈতে সুন্দৰকৈ কটোৱাৰ লগতে বিভিন্ন গঠনমূলক কৰ্মৰাজিৰ সৈতে নিজকে জড়িত কৰাৰ ক্ষেত্ৰতো সুযোগ লাভ কৰিছো। ঘৰৰ সুস্থ বাতাবৰণত আমি গান শুনা, চিনেমা চোৱা, কিতাপ পঢ়া, প্ৰিয় খাদ্য প্ৰস্তুত কৰা, ক্ৰাফট মেকিং, বাগিচাত কাম কৰা, ঘৰ পৰিষ্কাৰ কৰা ইত্যাদি বিভিন্ন কৰ্মৰ লগতে কিছুমান উদ্ভাৱনীমূলক চিন্তা-চৰ্চা তথা কৰ্মৰাজিৰে সময়খিনি সুন্দৰকৈ অতিবাহিত কৰিব পাৰো।

আপুনিও যদি ঘৰত থকাৰ এই দিনকেইটাৰ বাবে এনেধৰণৰ এখন কৰ্মসূচী সাজু কৰি লৈছে, তেন্তে সেই বিষয়ে সবিশেষ লিখি (পৰাপক্ষত ফটো অথবা ভিডিঅ’সহ) আমালৈ প্ৰেৰণ কৰক।

সকলো মন্তব্য
মুঠ অৱদান ( 164) অনুমোদিত অৱদানসমূহ (150) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (14) জমা বন্ধ
Reset
150 তথ্য পোৱা গ’ল
92410

kheemanand pandey 5 বছৰ 1 monthপূৰ্বে

आपदा महामारी की विषम परिस्थिति पर हम सभी सपरिवार अपने घर पर ही हैं यद्यपि हम जैसे बेकार से बेगार करने को विवश मेहनतकशों का घर पर रहना किसी उपवास व सजा से कम नहीं ।महोदय जान है तो जहां की तर्ज पर आपातकालीन निर्देशिका का पालन हम सभी का परम कर्तव्य है ।प्रधान सेवक जी द्ववारा एक सक्षम सजग मुखिया संरक्षक का कर्तव्य सर्वश्रेष्ठ रुप में निभाना हम सभी हेतू प्रेरणात्मक है

2390

Trevis Schiffer 5 বছৰ 1 monthপূৰ্বে

I was working as a tutor (Vedantu) for CBSE boards (10(2) and working as a teacher in a school.

I was completely burnt out few days ago, and this lockdown introduced me an instant change into my daily life.

I am reading books alot including academic ones, and watching few selected TV series. Helping kids on remote whenever getting some time.

Consuming loneliness and calmness into my life. I hope the situation will get better over time. #StayInHome

1700

Himangshu Ranjan Bhuyan 5 বছৰ 1 monthপূৰ্বে

লক্ ডাউনৰ সময়ছোৱাত নিজকে লিখা মেলাৰ সৈতে জড়িত ৰাখিছো ৷ কোনো চৰ্ততে ঘৰৰ বাহিৰ হোৱা নাই ৷ আপুনিও নিজৰ লগতে সকলোৰে ভালৰ বাবে ঘৰত থাকক ৷ - হিমাংশু ৰণ্ জন ভূঞা, জামুগুৰিহাট ৷

650

Biswajit Saikia 5 বছৰ 1 monthপূৰ্বে

নমস্কাৰ গ্ৰহণ কৰিব ||প্ৰথমে সকলোৰে সুস্বাস্থ্য কামনা কৰিলো ||লকডাউনৰ সময় ছোৱাত প্ৰথম দিনৰ তুলনাত কিছু আমনি লাগিছিল কিন্তু তৃত্বীয় দিনৰ পৰা সোনকালে উঠি ঘৰতে পৰিয়ালৰ সতে কিছু খোজ দিও ঘৰৰ চোতালতে তাৰ পিছত নিত্যনৈমতিক কাম খিনি কৰি ঘৰৰ ভিতৰবোৰ কেইদিন প্ৰায় দুঘন্টা মানকৈ চাফা কৰি ঘৰৰ কাষত থকা পৰিত্যক্ত এক কঠা মান মাটীত কিং চিলি আৰু অমিতা গছ ,ভেন্দী ,জিকা ,লেচেৰা, আৰু ভাত কেৰেলাৰ খেতি লগাইছো আৰু এই শাক পাচলীবোৰৰ লগত লাগি থাকোতে সময় ৰ নাটনিহে হব ধৰিলে |ইয়াৰোপৰি বিভিন্ন ঘৰুৱা কাম যেনে চৌপাষ ৰ চাফ চিকু