You don't have javascript enabled. Please Enabled javascript for better performance.

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ?

Start Date: 26-03-2020
End Date: 03-05-2020

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ? ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ?

বিশ্বজুৰি কৰ’না ভাইৰাছ সংক্ৰমণৰ জটিল পৰিস্থিতিত বিশ্বৰ কেইবাখনো দেশৰ লগতে ভাৰতবৰ্ষতো ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্য সুৰক্ষাৰ অৰ্থে নিজৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্য ঘৰতে আবদ্ধ হৈ থকাটো অত্যন্ত জৰুৰী কথা।

দৈনন্দিন ব্যস্ততাপূৰ্ণ জীৱনশৈলী কিছু সালসলনি কৰি আমি সকলোৱে এই সময়খিনি নিজৰ পৰিয়ালৰ সৈতে সুন্দৰকৈ কটোৱাৰ লগতে বিভিন্ন গঠনমূলক কৰ্মৰাজিৰ সৈতে নিজকে জড়িত কৰাৰ ক্ষেত্ৰতো সুযোগ লাভ কৰিছো। ঘৰৰ সুস্থ বাতাবৰণত আমি গান শুনা, চিনেমা চোৱা, কিতাপ পঢ়া, প্ৰিয় খাদ্য প্ৰস্তুত কৰা, ক্ৰাফট মেকিং, বাগিচাত কাম কৰা, ঘৰ পৰিষ্কাৰ কৰা ইত্যাদি বিভিন্ন কৰ্মৰ লগতে কিছুমান উদ্ভাৱনীমূলক চিন্তা-চৰ্চা তথা কৰ্মৰাজিৰে সময়খিনি সুন্দৰকৈ অতিবাহিত কৰিব পাৰো।

আপুনিও যদি ঘৰত থকাৰ এই দিনকেইটাৰ বাবে এনেধৰণৰ এখন কৰ্মসূচী সাজু কৰি লৈছে, তেন্তে সেই বিষয়ে সবিশেষ লিখি (পৰাপক্ষত ফটো অথবা ভিডিঅ’সহ) আমালৈ প্ৰেৰণ কৰক।

সকলো মন্তব্য
মুঠ অৱদান ( 164) অনুমোদিত অৱদানসমূহ (150) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (14) জমা বন্ধ
Reset
150 তথ্য পোৱা গ’ল
500

Dr Mrinal Baishya 4 বছৰ 3 সপ্তাহ পূৰ্বে

লক ডাউনৰ সময়ত 10তা পৰিয়াললৈ কিছু খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে এটি পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়াও

1200

Ashim Jyoti Das 4 বছৰ 3 সপ্তাহ পূৰ্বে

Morigaon dist.r Kachadhara gaot aji 16 Jon govt. Employee'e gaor 70 ghor manuhok porjapto porimanor khaidyo khamogri (saul,Dali,mithatel,nimokh,chira,seni,sabun,sahpat,1takoi ronga Lao) diyar logote prati ghor manuhoke hojag Kori jai.Anagoto dinot teulukok punor hohai korar Biswas di beya Kam korar porao biroto thakiboloi anurudh jonua hoi

20060

Nilakshi Deka 4 বছৰ 3 সপ্তাহ পূৰ্বে

During the lock down period, I have read some books at online goodreads.com, listening some devotional songs like Borgeet, Lokogeet etc. I m very fond of cooking. love to cook and always try to make something new food. Besides these, I help my mom in the kitchen for cooking. I love painting and sketching. Because I enjoy doing and it encourages me. I also composed some stories and small poems.
Name: Nilakshi Deka
Place: Guwahati,Dispur, kamrup(m),

4800

Anamika Talukdar 4 বছৰ 3 সপ্তাহ পূৰ্বে

I am spending this lockdown period by helping my mother and father in different domestic works. I am studying my textbooks as well as reading some novels in between. I am trying to help the poor and needy ones. I, sometimes watch the news to keep an eye and awareness on novel coronavirus spreading. As a whole, I am trying to keep myself occupied and happy. Daily exercise, yoga and meditation are compulsory in my daily routine now. on the other hand I am learning new and tasty recepies.

600

Namita Das Icds 4 বছৰ 3 সপ্তাহ পূৰ্বে

লকডাউন ৰ এই সময়চোৱাত , অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰীৰ আদেশমৰ্মে দুখীয়া আৰ্তজনক কিছু প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰিলো ।

Name : Namita Das
Occupation : ICDS Supervisor(rangjuli)

430500

BISWANATH PANDA 4 বছৰ 3 সপ্তাহ পূৰ্বে

Dear sir
A traditional wall painting art with water paint giving the lock down is enjoy full. It a new experience with art & culture.

Artist: RABI KUMAR
Artist:A.BABU RAO.
Artist: BISWANATH PANDA.

PLACE:BALICHHACK SAHI, RAJA BAZAR, JATANI, KHORDA, ODISHA, INDIA-752050

WIN
BISWANATH PANDA

PHONE:09337204155
E-MAIL:biswanathpanda1@yahoo.com