- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
গণতন্ত্ৰ দিৱসত প্ৰতীকপট হিচাপে জিলিকিব অসমৰ চাহ
স্বকীয় সোৱাদ আৰু ৰং সমৃদ্ধ অসমৰ চাহ এক অত্যন্ত মূল্যৱান পানীয়। অসমত ...
স্বকীয় সোৱাদ আৰু ৰং সমৃদ্ধ অসমৰ চাহ এক অত্যন্ত মূল্যৱান পানীয়। অসমত উৎপাদিত চাহৰ বাবেই অসমে সমগ্ৰ বিশ্বতে খ্যাতি অৰ্জন কৰিছে।
চাহ উদ্যোগে অসমৰ অৰ্থনৈতিক উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চাহৰ ঘৰুৱা ব্যৱহাৰ আৰু ৰপ্তানিৰ জৰিয়তে অসমে যথেষ্ট ৰাজহ লাভ কৰি আহিছে। ২০২২ চনত অসমত চাহৰ উৎপাদন ৭০০ নিযুত কিল’গ্ৰামলৈ বৃদ্ধি পায়। ই হৈছে ভাৰতৰ উৎপাদনৰ ৫২%।
অসমৰ চাহৰ ২০০ বছৰীয়া গৌৰৱময় যাত্ৰাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ অৰ্থে শেহতীয়াকৈ চৰকাৰৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসমৰ চাহৰ অনবদ্য সোৱাদ আৰু ইয়াৰ চহকী ঐতিহ্যৰ প্ৰতিফলন ঘ্টাই দিল্লীত অনুষ্ঠিত হ’বলগীয়া ২০২৪ চনৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত প্ৰতীকপট হিচাপে অসমৰ চাহ শিল্প প্ৰদৰ্শন কৰা হ’ব।
এই সন্দৰ্ভত আপোনাৰ মতামত তলত মন্তব্য আকাৰে আমালৈ প্ৰেৰণ কৰক।
অন্তিম তাৰিখ ঃ ১৪ ডিচেম্বৰ ২০২৩
Umakanta Sonowal 5 হিচাপ 5 দিন পূৰ্বে
very good
SurjyaKantaDeka 5 হিচাপ 5 দিন পূৰ্বে
Very good. Our world famous tea need more attention in the national level platform.
SwarnamoniBaruah 5 হিচাপ 5 দিন পূৰ্বে
Very good initiative
AkanDeka 5 হিচাপ 5 দিন পূৰ্বে
Good initiative.
AdityaGogoi 5 হিচাপ 1 সপ্তাহ পূৰ্বে
Great. Our tea industry need to be focused and published Worldwide
Pabitradeuri 5 হিচাপ 1 সপ্তাহ পূৰ্বে
it's a very good decision.
SanatanDutta 5 হিচাপ 1 সপ্তাহ পূৰ্বে
A wise decision.
PramodNath 5 হিচাপ 1 সপ্তাহ পূৰ্বে
Yes, world famous tea jeed to be focused in the national level platform like Republic day Tableau.
Bitupon Rajkhowa 5 হিচাপ 1 সপ্তাহ পূৰ্বে
Tea is one of our pride in Assam. Good initiative
Pranjubania 5 হিচাপ 1 সপ্তাহ পূৰ্বে
Good initiative.