- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
কবিতাৰে আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টালৈ শ্ৰদ্ধাঞ্জলি
আধুনিক ভাৰতৰ ৰূপকাৰ, যুগদ্ৰষ্টা, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল ...
![](https://static.mygov.in/saas/s3fs-saas/assam/mygov_153511587476641.jpg)
আধুনিক ভাৰতৰ ৰূপকাৰ, যুগদ্ৰষ্টা, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱৰ মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি। সততা আৰু নিষ্ঠাৰ প্ৰতিভূ এইগৰাকী মহান নেতাই দেশখনক শক্তিশালী কৰাৰ বাবে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় স্বাভিমান সুৰক্ষা আৰু দেশৰ প্ৰগতিৰ গতি ত্বৰাম্বিত কৰাৰ বাবে তেখেতে ভাৰতবাসীৰ মনত যি আত্মবিশ্বাসৰ ভাৱনা জাগৃত কৰিছল, তাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে বিশ্ব দৰৱাৰত আমাৰ স্থিতি শক্তশালী কৰিছিল। এগৰাকী কবি, সাহিত্যিক হিচাবে অটল বিহাৰী বাজপেয়ীদেৱে ব্যক্তি, সমাজ আৰু ৰাষ্ট্ৰৰ অনুভূতিক সৰ্বাত্মক ৰূপত প্ৰতিফলিত কৰি আলোকৰ বাটেৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাইছিল।
আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা অটল বিহাৰী বাজপেয়ীদেৱক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ উদ্দেশ্যৰে জনতাৰ চৰকাৰ মাই গভ অসমে এক স্ব-ৰচিত কবিতা প্ৰতিযোগিতাৰ আায়োজন কৰিছে ।
নিয়মাৱালী
১. অংশগ্ৰহণকাৰীসকলে অসমত ব্যৱহৃত যিকোনো ভাষাতেই কবিতা প্ৰেৰণ কৰিব পাৰিব।
২.কবিতাৰ বিষয়বস্তু অটল বিহাৰী বাজপেয়ী দেৱৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত হ'ব লাগিব।
৩. ‘বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ’ আৰু ‘সকলোৰে বাবে মুকলি’ - এই দুটা নিৰ্ধাৰিত শাখাত (ক আৰু খ) এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
৪. ‘ক’ শাখা অৰ্থাৎ বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়ৰ বাবে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাবে ক্ৰমে – ৩,০০০, ২,০০০ আৰু ১,০০০ টকাৰ নগদ ধন আগবঢ়োৱা হ’ব। সকলোৰে বাবে মুকলি অৰ্থাৎ ‘খ’ শাখাৰ বাবে ক্ৰমে - ৫,০০০, ৩,০০০ আৰু ২,০০০ টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱা হ’ব।
৫. যি ভাষাত কবিতা প্ৰেৰণ কৰা হয়, সেই ভাষাৰ নাম উল্লেখ কৰাটো বাধ্যতামূলক।
৬.মাই গভ অসম পৰ্টেল যোগে অহা ১০ ছেপ্টেম্বৰ, ২০১৮ৰ ভিতৰত কবিতা প্ৰেৰণ কৰিব লাগিব।
৭. অংশগ্ৰহণকাৰীসকলে যিকোনো এটা শাখাৰ বাবেহে কবিতা প্ৰেৰণ কৰিব পাৰিব।
৮. এটাতকৈ অধিক কবিতা প্ৰেৰণ কৰিব নোৱাৰিব।
৯. প্ৰেৰণ কৰা কবিতা মৌলিক হোৱাটো বাঞ্চনীয়। আনৰ পৰা নকল কৰা কবিতা গ্ৰহণযোগ্য নহ’ব।
১০. বিচাৰকৰ সিদ্ধান্তই হ’ব চূড়ান্ত সিদ্ধান্ত।
১১.অংশগ্ৰহণকাৰীসকলে প্ৰেৰণ কৰা কবিতাসমূহৰ এখনি সংকলন প্ৰস্তুত কৰা হ’ব।
phulmoni saikia 6 বছৰ 5 হিচাপপূৰ্বে
নাম --ফুলমণি শইকীয়া চেতিয়া।
শাখা--"খ"
ভাষা---অসমীয়া।
ঠিকনা--ফৰেষ্ট গেট । পো,অ---কাকপথাৰ।
জিলা--তিনিচুকীয়া।
ফোন নং--9127379723
BASHIRAM BASUMATARY 6 বছৰ 5 হিচাপপূৰ্বে
A Poem Writter by : Bashi Ram Basumatary. M no :9957850136 Vill Rowmari po Orang Pin 784114 Udalguri Assam Indian.
Diganta Deka 6 বছৰ 5 হিচাপপূৰ্বে
Name-Diganta Deka
Category -B(open for all)
Language -Assamese
Adddress -Panchami book stall
C.D Road,Ward no-7
Lakhimpur-787001
Mobile no-9864953591
8721830846
Ranjit Saikia 6 বছৰ 5 হিচাপপূৰ্বে
Category B
Ranjit Saikia
Nakatani Fakum Gaon
P/O Nakatani
District -Sivasagar
Pin-785667
mobile-8876311849/9101609386
mriga kshi 6 বছৰ 5 হিচাপপূৰ্বে
Written by :Miss Mrigakshi Sarma
B.Sc 5th sem
Bajali College, Barpeta, Assam.
Category :A
Language :Assamese
Address :Tihu Town, Nalbari, Assam.
PIN:781371
Phone No.:9957023899/9435758021
Email Id:mrigakshisarma0019@gmail.com
Minakshi Puzari 6 বছৰ 5 হিচাপপূৰ্বে
Minakshi Puzari
Choladhara Jorhat
Language: English
SYED ARIF HUSSAIN 6 বছৰ 5 হিচাপপূৰ্বে
A tribute to ATAL BIHARI VAJPAYEE JI
FROM SYED ARIF HUSSAIN
Pranjit Boruah 6 বছৰ 5 হিচাপপূৰ্বে
অটল বিহাৰী বাজপেয়ী দেৱৰ সোঁৱৰণত অনুষ্ঠিত কবিতা প্ৰতিযোগিতাৰ বাবে।
কবিতা প্ৰতিযোগিতাৰ
খ শাখাৰ বাবে।
ভাষা : অসমীয়া ।
কবিতাৰ শিৰোনাম : অটল ।
কবি প্ৰাণজিৎ বৰুৱা ।
কোঁৱৰ গাঁও, ডাক মৈদমীয়া , পিন 787001, উত্তৰ লখিমপুৰ। অসম ।
Ronak Bagri 6 বছৰ 5 হিচাপপূৰ্বে
Ronak Bagri
Category:-A
Language:- Hindi
Atal bihari ji was such a Nobel person who was appreciated even by opposite & their criticism.
Such a person borns ones in a century.
This poem is dedicated to him.
Khanindra kalita 6 বছৰ 5 হিচাপপূৰ্বে
Name:Aranyam Kashyap vill.Mahkhali.po Rangia pin 781354 mob 7002540439 Kamrup Assam Medium Assamese Category B(open to all)