- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
কবিতাৰে আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টালৈ শ্ৰদ্ধাঞ্জলি
আধুনিক ভাৰতৰ ৰূপকাৰ, যুগদ্ৰষ্টা, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল ...
![](https://static.mygov.in/saas/s3fs-saas/assam/mygov_153511587476641.jpg)
আধুনিক ভাৰতৰ ৰূপকাৰ, যুগদ্ৰষ্টা, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱৰ মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি। সততা আৰু নিষ্ঠাৰ প্ৰতিভূ এইগৰাকী মহান নেতাই দেশখনক শক্তিশালী কৰাৰ বাবে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় স্বাভিমান সুৰক্ষা আৰু দেশৰ প্ৰগতিৰ গতি ত্বৰাম্বিত কৰাৰ বাবে তেখেতে ভাৰতবাসীৰ মনত যি আত্মবিশ্বাসৰ ভাৱনা জাগৃত কৰিছল, তাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে বিশ্ব দৰৱাৰত আমাৰ স্থিতি শক্তশালী কৰিছিল। এগৰাকী কবি, সাহিত্যিক হিচাবে অটল বিহাৰী বাজপেয়ীদেৱে ব্যক্তি, সমাজ আৰু ৰাষ্ট্ৰৰ অনুভূতিক সৰ্বাত্মক ৰূপত প্ৰতিফলিত কৰি আলোকৰ বাটেৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাইছিল।
আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা অটল বিহাৰী বাজপেয়ীদেৱক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ উদ্দেশ্যৰে জনতাৰ চৰকাৰ মাই গভ অসমে এক স্ব-ৰচিত কবিতা প্ৰতিযোগিতাৰ আায়োজন কৰিছে ।
নিয়মাৱালী
১. অংশগ্ৰহণকাৰীসকলে অসমত ব্যৱহৃত যিকোনো ভাষাতেই কবিতা প্ৰেৰণ কৰিব পাৰিব।
২.কবিতাৰ বিষয়বস্তু অটল বিহাৰী বাজপেয়ী দেৱৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত হ'ব লাগিব।
৩. ‘বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ’ আৰু ‘সকলোৰে বাবে মুকলি’ - এই দুটা নিৰ্ধাৰিত শাখাত (ক আৰু খ) এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
৪. ‘ক’ শাখা অৰ্থাৎ বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়ৰ বাবে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাবে ক্ৰমে – ৩,০০০, ২,০০০ আৰু ১,০০০ টকাৰ নগদ ধন আগবঢ়োৱা হ’ব। সকলোৰে বাবে মুকলি অৰ্থাৎ ‘খ’ শাখাৰ বাবে ক্ৰমে - ৫,০০০, ৩,০০০ আৰু ২,০০০ টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱা হ’ব।
৫. যি ভাষাত কবিতা প্ৰেৰণ কৰা হয়, সেই ভাষাৰ নাম উল্লেখ কৰাটো বাধ্যতামূলক।
৬.মাই গভ অসম পৰ্টেল যোগে অহা ১০ ছেপ্টেম্বৰ, ২০১৮ৰ ভিতৰত কবিতা প্ৰেৰণ কৰিব লাগিব।
৭. অংশগ্ৰহণকাৰীসকলে যিকোনো এটা শাখাৰ বাবেহে কবিতা প্ৰেৰণ কৰিব পাৰিব।
৮. এটাতকৈ অধিক কবিতা প্ৰেৰণ কৰিব নোৱাৰিব।
৯. প্ৰেৰণ কৰা কবিতা মৌলিক হোৱাটো বাঞ্চনীয়। আনৰ পৰা নকল কৰা কবিতা গ্ৰহণযোগ্য নহ’ব।
১০. বিচাৰকৰ সিদ্ধান্তই হ’ব চূড়ান্ত সিদ্ধান্ত।
১১.অংশগ্ৰহণকাৰীসকলে প্ৰেৰণ কৰা কবিতাসমূহৰ এখনি সংকলন প্ৰস্তুত কৰা হ’ব।
Priyadarshika Medhi 6 বছৰ 5 হিচাপপূৰ্বে
Name : Priyadarshika Medhi
M.A. 3rd Semester ,
Department of Sociology
Cotton University .
Category : A
Language : Assamese
Address : Jorpukhuri, Uzan Bazaar ,
Guwahati - 781001
Email id : priyomedhi1702@gmail.com
pH no. : 8638067562
SANTANU NANDI PURKAYASTHA 6 বছৰ 5 হিচাপপূৰ্বে
Respected Sir
Please find a poem written on Atalji for the open category poem competition in medium english
Thanking you
Sri Santanu Nandi Purkayastha
Khanindra kalita 6 বছৰ 5 হিচাপপূৰ্বে
অটল বিহাৰী বাজপেয়ীদেৱলৈ শ্ৰদ্ধাঞ্জলি
Laxman pradhan 6 বছৰ 5 হিচাপপূৰ্বে
Language- Hindi
Laxman pradhan 6 বছৰ 5 হিচাপপূৰ্বে
Name:- Laxman Pradhan
Language:- Hindi
Address:- Vill-Dathkola
PO-BakoriDalani Pin-784172
Dist- Biswanath, Assam
TRIBEDEE BORUAH 6 বছৰ 5 হিচাপপূৰ্বে
Name : Miss Tribedee Boruah
Email : tribedeeboruah785662@gmail.com
Ph. No.: 7086659698
ARCHANA KUMARI 6 বছৰ 5 হিচাপপূৰ্বে
Name: Archana Kumari
Poem's language: hindi
Address : Tulsiram road, Tinsukia, Assam
PIN: 786125
Sita Devi Rathi 6 বছৰ 5 হিচাপপূৰ্বে
Sita Devi Rathi
Category = (B)
Language = Hindi
Mobile No. = 9332029419
SUDIPTO ROY 6 বছৰ 5 হিচাপপূৰ্বে
Name-Sudipto Roy
Age-26
Category-B
Language-English,translitetated hindi
Email-roysudipto676@gmail.com
Phn-8638470819
Karimganj
Assam
DIPAK KUMAR DEKA 6 বছৰ 5 হিচাপপূৰ্বে
Name: DIPAK KUMAR DEKA
ADDRESS: BIDYAPUR ,WARD NO:3,LANE 5B
NALBARI,ASSAM-781335
MOBILE NO:9854456165
CATEGORY :B(OPEN CATEGORY)
LANGUAGE:ASSAMESE