You don't have javascript enabled. Please Enabled javascript for better performance.

কবিতাৰে আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টালৈ শ্ৰদ্ধাঞ্জলি

Start Date: 24-08-2018
End Date: 09-09-2018

আধুনিক ভাৰতৰ ৰূপকাৰ, যুগদ্ৰষ্টা, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

আধুনিক ভাৰতৰ ৰূপকাৰ, যুগদ্ৰষ্টা, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱৰ মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি। সততা আৰু নিষ্ঠাৰ প্ৰতিভূ এইগৰাকী মহান নেতাই দেশখনক শক্তিশালী কৰাৰ বাবে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় স্বাভিমান সুৰক্ষা আৰু দেশৰ প্ৰগতিৰ গতি ত্বৰাম্বিত কৰাৰ বাবে তেখেতে ভাৰতবাসীৰ মনত যি আত্মবিশ্বাসৰ ভাৱনা জাগৃত কৰিছল, তাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে বিশ্ব দৰৱাৰত আমাৰ স্থিতি শক্তশালী কৰিছিল। এগৰাকী কবি, সাহিত্যিক হিচাবে অটল বিহাৰী বাজপেয়ীদেৱে ব্যক্তি, সমাজ আৰু ৰাষ্ট্ৰৰ অনুভূতিক সৰ্বাত্মক ৰূপত প্ৰতিফলিত কৰি আলোকৰ বাটেৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাইছিল।
আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা অটল বিহাৰী বাজপেয়ীদেৱক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ উদ্দেশ্যৰে জনতাৰ চৰকাৰ মাই গভ অসমে এক স্ব-ৰচিত কবিতা প্ৰতিযোগিতাৰ আায়োজন কৰিছে ।

নিয়মাৱালী
১. অংশগ্ৰহণকাৰীসকলে অসমত ব্যৱহৃত যিকোনো ভাষাতেই কবিতা প্ৰেৰণ কৰিব পাৰিব।
২.কবিতাৰ বিষয়বস্তু অটল বিহাৰী বাজপেয়ী দেৱৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত হ'ব লাগিব।
৩. ‘বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ’ আৰু ‘সকলোৰে বাবে মুকলি’ - এই দুটা নিৰ্ধাৰিত শাখাত (ক আৰু খ) এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
৪. ‘ক’ শাখা অৰ্থাৎ বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়ৰ বাবে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাবে ক্ৰমে – ৩,০০০, ২,০০০ আৰু ১,০০০ টকাৰ নগদ ধন আগবঢ়োৱা হ’ব। সকলোৰে বাবে মুকলি অৰ্থাৎ ‘খ’ শাখাৰ বাবে ক্ৰমে - ৫,০০০, ৩,০০০ আৰু ২,০০০ টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱা হ’ব।
৫. যি ভাষাত কবিতা প্ৰেৰণ কৰা হয়, সেই ভাষাৰ নাম উল্লেখ কৰাটো বাধ্যতামূলক।
৬.মাই গভ অসম পৰ্টেল যোগে অহা ১০ ছেপ্টেম্বৰ, ২০১৮ৰ ভিতৰত কবিতা প্ৰেৰণ কৰিব লাগিব।
৭. অংশগ্ৰহণকাৰীসকলে যিকোনো এটা শাখাৰ বাবেহে কবিতা প্ৰেৰণ কৰিব পাৰিব।
৮. এটাতকৈ অধিক কবিতা প্ৰেৰণ কৰিব নোৱাৰিব।
৯. প্ৰেৰণ কৰা কবিতা মৌলিক হোৱাটো বাঞ্চনীয়। আনৰ পৰা নকল কৰা কবিতা গ্ৰহণযোগ্য নহ’ব।
১০. বিচাৰকৰ সিদ্ধান্তই হ’ব চূড়ান্ত সিদ্ধান্ত।
১১.অংশগ্ৰহণকাৰীসকলে প্ৰেৰণ কৰা কবিতাসমূহৰ এখনি সংকলন প্ৰস্তুত কৰা হ’ব।

সকলো মন্তব্য
Total Submissions ( 178) Approved Submissions (176) Submissions Under Review (2) জমা বন্ধ
Reset
176 তথ্য পোৱা গ’ল

Bibusinha 7 বছৰ 6 হিচাপপূৰ্বে

Namaskar , mur hador pronam
My name is bibusinha
Phone no=9101430718
“He was a great human being, poet, leader and above all a statesman,” Mr bibu s sinha a statement.

He recalled that Vajpayee was one of the four MPs who had won on the ticket of Bharatiya Jana Sangh in 1957 and then President S. Radhakrishnan was surprised to hear the party’s name as “he had not heard of it“.

Lipika Mazumder 7 বছৰ 6 হিচাপপূৰ্বে

Name- Lipika Mazumder
Poem's language- English
ALMIGHTY
The world is wonderful,
As everything seems as delightful.
Look!the flowers are colourful,
Which makes the world odourful.
Look!the infhants change to adult,
Which bounds to know about the creater.
Look!the stars and sun hides from each other,
Which shows the great craft of the creater.
Look!the green and beautiful landscape,
Which can make an unrest mind still.
Who is behind all this creativity?
Isn't it our Almighty?

Rideep sonowal 7 বছৰ 6 হিচাপপূৰ্বে

নক্ষত্ৰ

নিশাৰ আকাশত উজ্জল নক্ষত্ৰ হৈ
চিৰপ্ৰৱাহিত হৈ জিলিকি থাকে
আমাৰ হৃদয়ৰ অটল জী হৈ।

হাড়ে হিমুজোৱে ভাৰতীয় হৈ
জগতৰ মুকুতা বুটলে
আধুনিক ভাৰতৰ নিৰ্মাতা হৈ
দেশৰ কল্যাণ কৰে।

কলা - সাহিত্যৰ পথাৰখনিত
তেওঁৰ দ্ৰুত প্ৰতিভাৰ মেধা শক্তিৰ পৰিচয়
কবিতাৰ মাজেৰে সকলোৰে মন জয় কৰিছিল
শাসক বিৰোধীয়ে তেওঁৰ ভাষণ শুনিবলৈ
অতপৰে অপেক্ষা কৰিছিল ।

ৰিদিপ সোনোৱাল (তিনিচুকীয়া) খ) শাখা
ফোন ৮৭২১৮০৬৮৬১

ABHITI KUMAR SHARMA 7 বছৰ 6 হিচাপপূৰ্বে

শ্রদ্ধা অর্পণ

সংকল্পে অটল হে দেশনেতা
তোমারই হউক জয় ।
দেশ হিতৈষী প্রবাদ পুরুষ,
সকলের প্রিয় অটল জী তুমি
না হউক তব ক্ষয় ।

ব্যস্ত জীবনে নিরলস ভাবে
রচনা করেছ কাব্য ,
সাবলীল ভাবে দিয়েছ ভাষণ
করেছ সুখ শ্রাব্য ।

দিকে দিকে আজ তব জয়গান ,
চিরবিদায় নিলে হে মহান ,
শ্রদ্ধা পুষ্প অর্পণ করি ,
তব বীরগাঁথা সবে গীত করি ,
অশ্রুসজল নিঃস্ব হৃদয়ে
শুধু অনুরোধ রাখি ,
ফিরে এস তুমি প্রিয় অটল জী ,
আবার বাঁধবো রাখী ।

---০---

Mithishar Brahama 7 বছৰ 6 হিচাপপূৰ্বে

Your beautiful
Your beautifiul
And not because of your sparkling brown eyes
Your beautiful
And not because of your flawless hair
Your beautiful
And not because of the clothes you wear
You're beautiful
And not because of how you perfect your make-up
Your beautiful
And not because of what I tell you
Your beautiful
And not because of the image you've achieved
Your beautiful
And not because of where you rest at night
You beautiful because of what's on the side.