You don't have javascript enabled. Please Enabled javascript for better performance.

ৰিমলী বেজবৰুৱা - যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে পেলনীয়া সামগ্ৰীয়ে

Start Date: 05-12-2020
End Date: 31-12-2023
সৃষ্টিশীলতাৰে জাতিষ্কাৰ এখন অনন্য পৃথিৱী ৷ এই ক্ষুদ্ৰ পৃথিৱীখন গঢ়ি তুলিছে উদ্ভাৱনীমূলক চিন্তা-চৰ্চাৰে পুষ্ট তথা সৃষ্টিশীল মনৰ গৰাকী গুৱাহাটীৰ এগৰাকী উদ্যমী মহিলা ৰিমলী বেজবৰুৱাই ৷ গুৱাহাটীৰ ভি আই পি ৰোড নিবাসী ৰিমলী বেজবৰুৱাই নিজস্ব শৈলীৰে পেলনীয়া সামগ্ৰীৰ পুনৰ্ব্যৱহাৰ কৰি গৃহ সজ্জাৰ ক্ষেত্ৰখনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ আহক এটি ভিডিঅ'ৰ জৰিয়তে তেখেতৰ কৰ্মৰাজি সম্পৰ্কে কিছু আভাস লওঁ ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
3 তথ্য পোৱা গ’ল