You don't have javascript enabled. Please Enabled javascript for better performance.

সফলতাৰ শিখৰত অঞ্জলি বৰা

Start Date: 12-07-2018
End Date: 31-07-2021
২০১০ চনত হঠাৎ স্বামীৰ মৃত্যু আৰু তাৰ পাছত এক কঠোৰ জীৱন সংগ্ৰামৰ আৰম্ভণি। দুটি সন্তানক লগত লৈ অকলশৰীয়াকৈ সকলো প্ৰত্যাহ্বান নেওচি স্বামীৰ কঠিন ব্যৱসায়টোক তেওঁ আগুৱাই নিলে আৰু অদম্য সাহস, ধৈৰ্য্য আৰু একাগ্ৰতাৰে অসমত জাহাজ নিৰ্মাণৰ দৰে এটা বৃ্হৎ ব্যৱসায়ক সফল ব্যৱসায় ৰূপে গঢ় দিবলৈ সক্ষম হয় । বিভিন্ন প্ৰত্যাহ্বান নেওচি বহু মহিলাই বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰাৰ লগতে পুৰুষৰ সমানেই নিজকে স্বাৱলম্বী হিচাবে গঢ়ি সমাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। অঞ্জলি বৰা - তেনে এগৰাকীয়েই উদ্যমী মহিলাৰ উদাহৰণ।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল