You don't have javascript enabled. Please Enabled javascript for better performance.

শিক্ষাৰ খণ্ডখনক অনন্য মাত্ৰা প্ৰদান কৰা বাসৱী আচাৰ্য্য

Start Date: 13-07-2018
End Date: 13-07-2018
শিক্ষাৰ ক্ষেত্ৰখনত নিজকে উদ্যমী হিচাবে প্ৰতিষ্ঠা কৰা অসমৰ এগৰাকী অন্যতম মহিলা বাসৱী আচাৰ্য্য বৰা। নৈতিক শিক্ষা প্ৰদান, বিভিন্ন দিশত ছাত্ৰ ছাত্ৰীৰ কৌশল বিকাশ আদিৰ ক্ষেত্ৰত অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীক উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ জৰিয়তে শিক্ষা খণ্ডটোক এক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে এইগৰাকী উদ্যমী মহিলাই।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে