You don't have javascript enabled. Please Enabled javascript for better performance.

ল'ইন লুম - থলুৱা শিপিনীৰ সৃজনীশীলতা আৰু গ্ৰাম্য অৰ্থনীতিৰ এক আধাৰ

Start Date: 17-12-2018
End Date: 31-12-2021
অসমৰ জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ হস্ততাঁত আৰু বস্ত্ৰশিল্প। ঠাই বিশেষে সুবিধা অনুযায়ী এই শিল্পৰ লগত জড়িত আহিলাসমূহো ভিন ভিন হোৱা পৰিলক্ষিত হয়। অসমৰ পাহাৰীয়া অঞ্চলসমূহত বহুলভাৱে প্ৰচলন হোৱা এবিধ শাল হ’ল ল’ইন লুম(কঁকালত বন্ধা শাল)। সচৰাচৰ ব্যৱহাৰ হোৱা শাল সমূহৰ তুলনাত এইখন শালৰ ব্যৱহাৰ অতি সহজ। পাহাৰত বসবাস কৰা কাৰ্বি, নগা, মণিপুৰী আদি বিভিন্ন জনজাতিৰ লোকে কম সময়ৰ ভিতৰতে সহজতে এই ল’ইন লুমৰ জৰিয়তে নিজৰ প্ৰয়োজনীয় সাজপাৰসমূহ তৈয়াৰ কৰি লয়। লগতে ইয়াৰ বিক্ৰীৰ জৰিয়তে জীৱিকাৰ পথো মোকলাই লয়।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
5 তথ্য পোৱা গ’ল