You don't have javascript enabled. Please Enabled javascript for better performance.

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে কৃষক ৰাইজৰ কল্যাণ

Start Date: 29-01-2021
End Date: 29-01-2021
ৰাজ্যৰ কৃষকৰ সৱলীকৰণৰ দিশত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ এই ক্ষেত্ৰত এক উৎকৃষ্ট নিদৰ্শন হ'ল বজালীৰ সোণালী আত্ম সহায়ক গোট ৷ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ অধীনত এখন ট্ৰেক্টৰ লাভ কৰাত এই গোটটোৱে অতি সক্ৰিয়ভাৱে কৃষিকৰ্ম কৰি যাবলৈ সক্ষম হৈছে ৷ আৰ্থিকভাৱে উপকৃত হৈছে গোটটোৰ আটাইকেইজন সদস্য তথা কৃষক ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে