You don't have javascript enabled. Please Enabled javascript for better performance.

মাজুলীৰ ৰঞ্জু কুলিৰ উদ্যম

Start Date: 04-01-2021
End Date: 31-01-2024
মাজুলীৰ শালমাৰী গাঁৱৰ উদ্যমী মহিলা ৰঞ্জু কুলিয়ে খেতি-বাতি কৰি নিজৰ জীৱিকাৰ বাট মোকলাই ল’বলৈ সক্ষম হৈছে ৷ চৰকাৰৰ ফালৰ পৰা কঠীয়া, কেঁচু সাৰ আদি লাভ কৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে তেওঁ কৃষিকৰ্ম কৰি গৈছে ৷ পটল, তিয়ঁহ, বেঙেনা আদিকে ধৰি কেইবাবিধো শাক-পাচলিৰ খেতিত মনোনিৱেশ কৰি গাঁৱৰ ৰাইজক ৰঞ্জু কুলিয়ে দেখুৱাইছে আদৰ্শৰ বাট ৷
সকলো মন্তব্য
আলাপ আলোচনা
Reset
28 তথ্য পোৱা গ’ল
268790

Manoj kanti das 8 হিচাপ 2 সপ্তাহ পূৰ্বে

जैविक सार पद्धति बहुत ही लाभदायक है, खेत कृषि करने के लिए रासायनिक सार जितना कम व्यवहार करें उतना ही अच्छा है, जैविक सर मतलब पचन सार, केतु पालन अभी खेती करने के लिए कृषि विभाग का संपर्क करें!