You don't have javascript enabled. Please Enabled javascript for better performance.

মুখ্যমন্ত্ৰীৰ আছুতীয়া পুঁজিৰ দ্বাৰা নৱৰূপত জিলিকি উঠিল মুগুৰীয়াৰ শিৱ-শক্তি দেৱালয়

Start Date: 19-01-2021
End Date: 19-01-2021
বজালীৰ মুগুৰীয়াত অৱস্থিত প্ৰায় ২০০ বছৰ পুৰণি ইতিহাসপ্ৰসিদ্ধ মন্দিৰ শিৱ-শক্তি দেৱালয় ৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ আছুতীয়া পুঁজিৰ জৰিয়তে লাভ কৰা আৰ্থিক সাহায্যৰ দ্বাৰা দেৱালয় নিৰ্মাণ কমিটিয়ে এই দেৱালয় পুনৰনিৰ্মাণ কৰিবলৈ সক্ষম হয় ৷ শিৱ-শক্তি দেৱালয়ৰ সংৰক্ষণৰ দিশত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা অসম চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাক মুগুৰীয়াবাসীয়ে আন্তৰিকতাৰে শলাগ লয় ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে