You don't have javascript enabled. Please Enabled javascript for better performance.

মাজুলীৰ চামগুৰি সত্ৰৰ মুখা শিল্প

Start Date: 17-02-2021
End Date: 17-02-2021
মাজুলীৰ এক অনন্য পৰিচয় দাঙি ধৰা মুখা শিল্পৰ আছে এক গৌৰৱময় ইতিহাস। বিভিন্ন নাট-ভাওনা আদিত ব্যৱহাৰ হোৱা এই মুখা নিৰ্মাণৰ আভাস ল’বলৈ চামগুৰি সত্ৰলৈ আগমন ঘটে দেশী-বিদেশী পৰ্যটকৰ।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে