You don't have javascript enabled. Please Enabled javascript for better performance.

নিচাযুক্ত দ্ৰৱ্য সেৱনৰ পৰা আঁতৰি থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ

Start Date: 24-06-2020
End Date: 30-06-2023
২৬ জুন, আন্তৰ্জাতিক নিচাযুক্ত দ্ৰৱ্য আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে নিচাযুক্ত দ্ৰৱ্যৰ সেৱনৰ পৰা যুৱ প্ৰজন্মক আঁতৰত ৰাখি এক সুস্থ সামাজিক পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত সংকল্পবদ্ধ হ'বলৈ আহ্বান মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
2 তথ্য পোৱা গ’ল
679940

JAYANTA TOPADAR 3 বছৰ 9 হিচাপপূৰ্বে

माननीय मुख्यमंत्री महोदय,
नमस्कार!
निस्संदेह मादक द्रव्यों का सेवन युवा वर्ग के विनाश का कारण है। हमें इस समाज को इस व्याधि से सशक्तिकरण के साथ, अदम्य साहस एवं आत्मविश्वास के साथ देशहित में, मानवहित में एकजुट होकर लड़ना है एवं भारत को उन्नति की स्वर्णिम अवस्था मेंं ले जाना है। मादक द्रव्यों का पूर्णतः विरोध करना है। भारत सरकार के साथ कदम-से-कदम मिलाकर चलना है।