You don't have javascript enabled. Please Enabled javascript for better performance.

চৰকাৰী সহায় সাহায্যৰ দ্বাৰা আলু খেতিত মনোনিৱেশ কৰিছে মাজুলীৰ নকুল বৰাই

Start Date: 21-01-2021
End Date: 21-01-2021
চৰকাৰী সহায়-সহযোগিতাৰে মাজুলীৰ নকুল বৰা নামৰ উদ্যমী ব্যক্তিগৰাকীয়ে কৃষিকৰ্মত জড়িত হৈ স্বাৱলম্বিতাৰ বাট মোকলাই ল’বলৈ সক্ষম হৈছে ৷ চৰকাৰৰ ফালৰ পৰা আলু,মটৰ,দাইল,সৰিয়হৰ বীজৰ লগতে সাৰ লাভ কৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে তেখেতে কৃষিকৰ্ম কৰি গৈছে ৷ শেহতীয়াকৈ তেখেতে আলু খেতিত মনোনিৱেশ কৰি জীৱিকাৰ এক নতুন পথ বাচনি কৰি লৈছে ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে