You don't have javascript enabled. Please Enabled javascript for better performance.

চৰকাৰী সহযোগিতাত কৃষিকৰ্মত আগুৱাইছে বিশ্বনাথৰ বৰজাৰনী গাঁও

Start Date: 19-02-2021
End Date: 19-02-2021
চৰকাৰী সহায়-সহযোগিতাৰে কৃষিকৰ্মত মনোনিৱেশ কৰি স্বাৱলম্বী হৈছে বিশ্বনাথৰ বৰজাৰনী গাঁৱৰ ৰাইজ ৷ শেহতীয়াকৈ চৰকাৰৰ ফালৰ পৰা কৃষিকৰ্মৰ উপযোগীকৈ পানী যোগানৰ ব্যৱস্থা কৰাৰ লগতে কৃষি বিভাগৰ ফালৰ পৰা বীজ,সাৰ আদিও যোগান ধৰা হৈছে ৷ ইয়াৰ উপৰিও আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিও কৃষক ৰাইজক চৰকাৰে বিশেষ ভাৱে উপকৃত কৰিছে ৷ গাঁওখনৰ এগৰাকী উদ্যমী ব্যক্তি বাবুদ্দিন আনচাৰীয়ে ই ক্ষেত্ৰত এক উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰিছে ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে