You don't have javascript enabled. Please Enabled javascript for better performance.

গ্ৰামাঞ্চলৰ মহিলাৰ সবলীকৰণৰ দিশত চৰকাৰৰ সবল প্ৰয়াস

Start Date: 16-02-2021
End Date: 16-02-2021
কনকলতা মহিলা সবলীকৰণ আঁচনিয়ে গ্ৰামাঞ্চলৰ আৰ্থিকভাৱে পিছপৰা বহু মহিলাৰ জীৱনলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। শেহতীয়াকৈ এই আঁচনিৰ অধীনত আৰ্থিক সাহায্য লাভ কৰি কেঁচু সাৰ উৎপাদনেৰে জীৱিকাৰ বাট সবল কৰি তুলিবলৈ সক্ষম হৈছে বৰপেটাৰ উত্তৰ ভেৰভেৰি গাঁৱৰ ৰিমঝিম আত্মসহায়ক গোটৰ মহিলা সদস্যসকলে । আৰ্থিক সাহায্যৰ সমান্তৰালভাৱে চৰকাৰৰ দ্বাৰা উপযুক্ত প্ৰশিক্ষণো লাভ কৰিছে এইসকল মহিলাই । চৰকাৰৰ এই কল্যাণকামী পদক্ষেপে সহজসাধ্য কৰিছে তেওঁলোকৰ জীৱন।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে