You don't have javascript enabled. Please Enabled javascript for better performance.

কৃষক ৰাইজৰ জীৱনলৈ আহিল আমূল পৰিৱৰ্তন

Start Date: 27-01-2021
End Date: 27-01-2021
অসম চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিয়ে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে কৃষক ৰাইজৰ জীৱনলৈ । ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে বৰপেটাৰ এগৰাকী উদ্যমী কৃষক প্ৰদীপ কুমাৰ বৰ্মনেও কৃষিকৰ্মৰ ক্ষেত্ৰত উপযুক্ত সা-সুবিধা লাভ কৰাত যথেষ্ট উপকৃত হৈছে । চৰকাৰৰ এনে আন্তৰিক সহায়-সহযোগিতাত বৰ্তমান প্ৰদীপ কুমাৰ বৰ্মনে অতিবাহিত কৰিছে এক মৰ্যাদাপূৰ্ণ জীৱন ।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে