You don't have javascript enabled. Please Enabled javascript for better performance.

কলং-কপিলীৰ নীল বিপ্লৱ

Start Date: 18-11-2020
End Date: 31-12-2023
সাতগৰাকী বন্ধুৰ ঐকান্তিক প্ৰচেষ্টাৰে কামৰূপ জিলাৰ তেতেলীয়াৰ বগীবাৰীত সূচনা হৈছে নীল বিপ্লৱৰ। বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ বাবে আত্মসংস্থাপনৰ এক উৎকৃষ্ট নিদৰ্শন হ’ল বগীবাৰীৰ কলং-কপিলী স্বেচ্ছাসেৱী সংস্থা। অনেক প্ৰত্যাহ্বান নেওচি বিভিন্ন উদ্ভাৱনীমূলক প্ৰকল্প গ্ৰহণেৰে মীন উৎপাদনৰ ক্ষেত্ৰখনক সফল ব্যৱসায়িক ৰূপ দিবলৈ সক্ষম হৈছে এই সংস্থাটোৰ সৈতে জড়িত শিক্ষিত যুৱককেইগৰাকীয়ে। অসম চৰকাৰৰ মীন বিভাগ আৰু এপাৰ্টৰ পূৰ্ণ সঁহাৰি তথা সহযোগিতাৰে মীন উৎপাদনৰ ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা সংস্থাটোৰ এই নীল বিপ্লৱ সন্দৰ্ভত এটি ভিডিঅ’যোগে কিছু কথা জানোঁ আহক।
সকলো মন্তব্য
আলাপ আলোচনা
Reset
34 তথ্য পোৱা গ’ল
2563890

BrahmDevYadav 8 হিচাপ 2 সপ্তাহ পূৰ্বে

What are the characteristics of fish farm?
In all the towns, farmers reared fish mainly to obtain higher incomes and for food security. Fish were reared mainly by individual farmers with a few ponds managed by groups mostly under semi-intensive production. Groups rearing fish were mainly institutions and women groups.