You don't have javascript enabled. Please Enabled javascript for better performance.

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ দ্বাৰা লাভৱান হাফলঙৰ গুড চামাৰিটান আত্মসহায়ক গোট

Start Date: 30-01-2021
End Date: 30-01-2021
গ্ৰামাঞ্চলৰ মহিলাসকলৰ মুখত হাঁহি বিৰিঙোৱা অসম চৰকাৰৰ এক অন্যতম কল্যাণকামী আঁচনি কনকলতা মহিলা সবলীকৰণ আঁচনিৰ দ্বাৰা উপকৃত হৈছে হাফলঙৰ হুনভেং গাঁৱৰ গুড চামাৰিটান আত্মসহায়ক গোট ৷ এই আঁচনিৰ অধীনত আৰ্থিক সাহায্য লাভ কৰি আত্মসহায়ক গোটটোৰ সদস্যাসকলে থলুৱা বস্ত্ৰ প্ৰস্তুতকৰণ, গাহৰি পালন, কৃষিকৰ্ম আদিৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰে ৷ চৰকাৰৰ এই প্ৰচেষ্টাই হুনভেং গাঁৱৰ এইসকল মহিলাৰ সবলীকৰণৰ লগতে তেওঁলোকক গাঁওখনৰ একোগৰাকী আদৰ্শ মহিলাৰূপে পৰিচিত কৰি তুলিছে ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে