You don't have javascript enabled. Please Enabled javascript for better performance.

কনকলতা মহিলা সবলীকৰণ আঁচনিয়ে স্বাৱলম্বী কৰিছে গ্ৰামাঞ্চলৰ মহিলাক

Start Date: 22-02-2021
End Date: 22-02-2021
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কাৰ্বি আংলঙৰ মঞ্জিৰ আত্মসহায়ক গোটৰ সদস্যাসকলেও অসম চৰকাৰৰ কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত আৰ্থিক সাহায্য লাভ কৰিছে ৷ চৰকাৰী অনুদানৰ দ্বাৰা আত্মসহায়ক গোটটোৰ সদস্যাসকলে হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ সৈতে জড়িত হৈ স্বাৱলম্বিতাৰ পথ বিচাৰি উলিয়াই ল’বলৈ সক্ষম হৈছে ৷ গোটটোৰ সদস্যাসকলে বোৱা-কটাৰ জৰিয়তে প্ৰস্তুত কৰা বস্ত্ৰসমূহ বিক্ৰীৰ ব্যৱস্থা কৰি আৰ্থিকভাৱে উপকৃত হোৱাৰ লগতে অঞ্চলটোত এক আদৰ্শ দেখুৱাইছে ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে