You don't have javascript enabled. Please Enabled javascript for better performance.

কনকলতা মহিলা সবলীকৰণ আঁচনিয়ে স্বাৱলম্বী কৰিছে গ্ৰামাঞ্চলৰ মহিলাক

Start Date: 18-01-2021
End Date: 18-01-2021
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বজালীৰ বৰবাং গাঁৱৰ ৰামধেনু আত্মসহায়ক গোটৰ সদস্যাসকলেও অসম চৰকাৰৰ কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত আৰ্থিক সাহায্য লাভ কৰিছে ৷ চৰকাৰী অনুদানৰ দ্বাৰা লাভান্বিত হৈ আত্মসহায়ক গোটটোৰ সদস্যাসকলে বিভিন্ন উপাৰ্জনমূলক কাৰ্য্যত আত্মনিয়োগ কৰি স্বাৱলম্বিতাৰ পথ বিচাৰি উলিয়াই ল’বলৈ সক্ষম হৈছে ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে