You don't have javascript enabled. Please Enabled javascript for better performance.

এমজিএনৰেগা আঁচনিৰ জৰিয়তে উপকৃত কাৰ্বি আংলঙৰ আৰ্ঠুংছো ছাৰ্ঠে টিমুং গাঁও

Start Date: 28-01-2021
End Date: 28-01-2021
এমজিএনৰেগা আঁচনিৰ দ্বাৰা বিশেষভাৱে লাভান্বিত হৈছে কাৰ্বি আংলঙৰ আৰ্ঠুংছো ছাৰ্ঠে তিমুং গাঁৱৰ ৰাইজ ৷ শেহতীয়াকৈ এই আঁচনিৰ অধীনত জব কাৰ্ডধাৰীসকলে গাঁৱত এটা পুখুৰী খননৰ সুযোগ লাভ কৰি কৰ্মসংস্থাপন লাভ কৰে ৷ সমান্তৰালভাৱে এই পুখুৰীটোৱে মীন পালনৰ উপৰিও কৃষিকৰ্মৰ বাবে পানী যোগানৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷ গাঁৱৰ ৰাইজে চৰকাৰৰ এই প্ৰচেষ্টাৰ আন্তৰিক শলাগ লয় ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে