You don't have javascript enabled. Please Enabled javascript for better performance.

ই-বাণিজ্যৰ বিতৰণ ব্যৱস্থাৰ দ্বাৰা স্বাৱলম্বী সংযুক্তা দত্ত

Start Date: 13-07-2018
End Date: 29-07-2021
সংযুক্তা দত্ত - হাজাৰটা প্ৰত্যাহ্বান নেওচি ই-বাণিজ্যৰ বিতৰণ ব্যৱস্থাটোক ব্যৱসায় হিচাবে লৈ সফলতাৰ শিখৰত উপনীত হোৱা এগৰাকী উদ্যমী মহিলা। এই ব্যৱসায়ৰ দ্বাৰা নিজৰ লগতে বহু যুৱক-যুৱতীৰ বাবে জীৱিকাৰ পথ মুকলি কৰি দিয়া সংযুক্তা দত্তই আজিৰ তাৰিখত সকলো মহিলাক আদৰ্শৰ বাট দেখুওৱাইছে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
2 তথ্য পোৱা গ’ল

JAYANTA TOPADAR 5 বছৰ 11 হিচাপপূৰ্বে

सराहनीय कदम...आप ने दूसरी महत्वाकांक्षी नारियों को भी सबल एवं सक्षम होने की प्रेरणा दी... धन्य आप जैसी भारतीय नारी...!!!धन्य अतुलनीय देवोभूमि हमारी...!!!