You don't have javascript enabled. Please Enabled javascript for better performance.

আমাৰ পণ, সঠিক পোষণ

কেন্দ্ৰীয় চৰকাৰৰ পোষণ অভিযানৰ অধীনত ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে সফলতাৰে কাৰ্যকৰী হৈছে বিভিন্ন সজাগতামূলক কাৰ্যসূচী। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত এই পোষণ অভিযানৰ দ্বাৰা সুনিশ্চিত হৈছে ৰাজ্যৰ শিশু, কিশোৰ-কিশোৰী আৰু গৰ্ভৱতী মাতৃৰ পৰিপুষ্টি তথা স্বাস্থ্য সুৰক্ষা । আহক এটি ভিডিঅ’ৰ জৰিয়তে পোষণ অভিযানৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে বিতংভাৱে অৱগত হওঁ।
সকলো মন্তব্য
আলাপ আলোচনা
Reset
1 তথ্য পোৱা গ’ল