You don't have javascript enabled. Please Enabled javascript for better performance.

আদৰ্শ মহিলা কৃষক হেমাকান্তি পায়েং

Start Date: 08-08-2018
End Date: 31-08-2021
লখিমপুৰ জিলাৰ নাওবৈচা কৃষি চক্ৰৰ অন্তৰ্গত শালমৰা অঞ্চলৰ ভিতৰুৱা পমুৱা খাবলী গাঁৱত উপস্থিত হৈছিল ‘জনতাৰ চৰকাৰ MyGov Assam’ -ৰ এটা দল। উদ্দেশ্য আছিল এই গাঁৱৰে বাসিন্দা – হেমাকান্তি পায়েং আৰু তেখেতৰ স্বামী গজেন্দ্ৰ পায়েঙক সাক্ষাত কৰি তেওঁলোকৰ কৃষিকৰ্ম সম্পৰ্কে জ্ঞাত হোৱাৰ। শ্ৰীমতী পায়েং এতিয়া এগৰাকী আদৰ্শ মহিলা কৃষক হিচাবে ইতিমধ্যে খ্যাতি আৰ্জিছে অঞ্চলটোত। নতুন দিল্লীত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উদ্যোগত অনুষ্ঠিত ‘কৃষি উন্নতি মেলা’ত ‘কৃষি কৰ্মন বঁটা ২০১৫-১৬’-ৰ বাবে দেশৰ নিৰ্বাচিত কৃষক সকলৰ মাজত জিলিকিছিল হেমাকান্তি পায়েং। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা মাৰ্চ মাহত এই বঁটা প্ৰদান কৰিছিল।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
3 তথ্য পোৱা গ’ল