You don't have javascript enabled. Please Enabled javascript for better performance.

অসম দৰ্শন আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য পাইছে শিৱসাগৰৰ বনগঁঞা সত্ৰই

Start Date: 25-01-2021
End Date: 25-01-2021
শিৱসাগৰৰ হোলাপাৰ গায়ন গাঁৱৰ বনগঁঞা সত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত অসম চৰকাৰে যথেষ্ট সঁহাৰি আগবঢ়ায় ৷ অসম দৰ্শন আঁচনিৰ অধীনত সত্ৰ সংযোগী পথছোৱা নিৰ্মাণৰ লগতে এটা আলহী ঘৰ নিৰ্মাণৰ বাবে চৰকাৰে আগবঢ়ালে আৰ্থিক সাহায্য ৷ এই অৰ্থ সাহায্যৰ দ্বাৰা উপকৃত সত্ৰখনৰ সত্ৰাধিকাৰগৰাকীয়ে চৰকাৰৰ এনে পদক্ষেপৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে