You don't have javascript enabled. Please Enabled javascript for better performance.

অসমৰ মহিলাক আদৰ্শৰ বাট দেখুওৱা মনস্মৃতা হাজৰিকা

Start Date: 13-07-2018
End Date: 30-07-2021
সৰু কালৰেই কথা। গোলাঘাটৰ সৰুপথাৰত থাকোতে নাগালেণ্ডৰ পৰা অহা লোকসকলে অসমৰ পৰা দমে দমে এৰী কাপোৰ আৰু লেটা লৈ গৈছিল। তেতিয়া সেই ঠাইত পুৰণি বিনিময় প্ৰথাৰ প্ৰচলন আছিল। এই প্ৰথা মতে, নগাসকলে এৰী সূতা আৰু লেটাৰ সলনি অসমৰ মানুহক বিভিন্ন পাহাৰীয়া সামগ্ৰী দি থৈ গৈছিল। অসমৰ এৰী কাপোৰৰ মূল্য কিমান? সেয়া সৰু কালতেই উপলব্ধি কৰিব পাৰিছিল মনস্মৃতা হাজৰিকাই। হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ স্বাৱলম্বী হোৱা গুৱাহাটীৰ এগৰাকী উদ্যোগী মহিলা মনস্মৃতা হাজৰিকা। এৰী সূতা আৰু মুগা সূতাৰে ন ন কৌশলেৰে বিভিন্ন ডিজাইনৰ সাজপাৰ আৰু বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি অসমৰ থলুৱা শিল্পটোক এক অনন্য মাত্ৰা প্ৰদান কৰা এইগৰাকী উদ্যোগী মহিলা সকলোৰে বাবে আদৰ্শস্বৰূপ।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল