Start Date: 02-11-2021
End Date: 25-11-2024
যান-বাহনৰ গতিবেগ সন্দৰ্ভত মতামত তথা পৰামৰ্শ প্ৰেৰণৰ আহ্বান ...
বিতং তথ্য চাওক
বিতং তথ্য গোপন কৰক
যান-বাহনৰ গতিবেগ সন্দৰ্ভত মতামত তথা পৰামৰ্শ প্ৰেৰণৰ আহ্বান লোকনিৰ্মাণ (পথ) বিভাগ, অসমৰ দ্বাৰা জনতাৰ চৰকাৰ মাই গভ অসমৰ সহযোগত পথ সুৰক্ষা সম্পৰ্কত বিভাগটোৰ অধীনস্থ পথসমূহৰ (ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে) ওপৰত সকলো শ্ৰেণীৰ বাহন চলাচলৰ ক্ষেত্ৰত সৰ্বোচ্চ গতিবেগ নিৰ্ধাৰণৰ উদ্দেশ্যে এখন নতুন খচৰা অধিসূচনা (Draft Notification) জাৰি কৰাৰ বাবে চিন্তা-চৰ্চা কৰা হৈছে। এই সম্পর্কত পথ সুৰক্ষাৰ দিশত সচেতন নাগৰিকসকলৰ অংশগ্রহণেৰে এক বিশেষ পদক্ষেপেৰে খচৰা অধিসূচনাখন প্রস্তুত কৰিবলৈ মনস্থ কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে আন পথসমূহৰ ক্ষেত্ৰত সৰ্বোচ্চ গতিবেগৰ সূচকসহ অধিসূচনাৰ খচৰা নিম্ন উল্লেখিত ধৰণে প্ৰস্তুত কৰা হৈছে। পথৰ শ্ৰেণী------------------------------------- সৰ্বাধিক গতি (কিঃমিঃ/ঘণ্টা) পথ বিভাজন থকা ৪ লেনযুক্ত পথ-------------- ৮০ সমতল এলেকাৰ ২ লেনযুক্ত (৭ মিটাৰ বহল) পথৰ লগতে পকী দাঁতি সংলগ্ন পথ--------------------------------------------- ৭০ সমতল এলেকাৰ পকী দাঁতিবিহীন ২ লেনযুক্ত (৭ মিটাৰ বহল)পথ--- ৬০ সমতল এলেকাৰ পকী দাঁতি সংলগ্ন থকা বা নথকা ইণ্টাৰমেডিয়েট লেনযুক্ত (৫.৫ মিটাৰ বহল) পথ------------------------------ ৫০ সমতল এলেকাৰ এক লেনযুক্ত (৩.৭৫ মিটাৰ বহল) পথ--------- ৪০ গুৱাহাটী মহানগৰীৰ এলেকাৰ ভিতৰত ভৌতিক মধ্যমাৰ দ্বাৰা পৃথকীকৃত পথ- ৫০ গুৱাহাটী মহানগৰ আৰু আন পৌৰসভা/নগৰ এলেকাৰ অন্তর্গত আন পথ- ৪০ গাঁও, শিক্ষা প্রতিষ্ঠান আদিৰ লগতে আৰক্ষী কর্তৃপক্ষৰদ্বাৰা চিহ্নিত স্পর্শকাতৰ এলেকা আৰু ইয়াৰ সমীপৱর্তী পথ----------------------------- ৩০ অতি জনবহুল বজাৰ এলেকাৰ পথ-------------------------- ২০ পাহাৰীয়া এলেকাৰ ২ লেনযুক্ত (৭মিটাৰ বহল) পথ------------------- ৫০ পাহাৰীয়া এলেকাৰ ইণ্টাৰমিডিয়েট লেনযুক্ত (৫.৫ মিটাৰ বহল) পথ---- ৪০ পাহাৰীয়া এলেকাৰ এক লেনযুক্ত (৩.৭৫ মিটাৰ বহল) পথ------- ৩০ উপর্যুক্ত বিভিন্ন পথভেদে নির্ধাৰিত সর্বোচ্চ গতিৰ সম্পর্কত প্রাক-অধিসূচনা পর্যায়ৰ পৰামর্শমূলক প্রক্রিয়া হিচাপে পথ সুৰক্ষাৰ প্রতি সচেতন নাগৰিকসকলক পৰামৰ্শ/ মন্তব্য প্ৰেৰণৰ বাবে অনুৰোধ জনোৱা হৈছে। আপোনাৰ বহুমূলীয়া মতামত/পৰামৰ্শ তলত মন্তব্য আকাৰে আগবঢ়াব পাৰে। মন্তব্য আগবঢ়োৱাৰ অন্তিম তাৰিখ : ২৫ নৱেম্বৰ, ২০২১। পৰামর্শ/মতামত আগবঢ়োৱাসকলে নাম, ঠিকনা, কর্ম পদবী তথা যোগাযোগৰ নম্বৰ উল্লেখ কৰাটো বাঞ্ছনীয়। অন্যথা তেখেতসকলৰ মতামত/পৰামর্শ মূল্যায়নৰ ক্ষেত্রত বিবেচিত নহ’ব।
BrahmDevYadav 1 month 4 সপ্তাহ পূৰ্বে
What are the objectives of sustainable transport in State?
Sustainable transport aims to minimise environmental impact and resource depletion while ensuring efficient movement of people and goods. Key objectives include Lowering greenhouse gas emissions and air pollution from transportation sources.
BrahmDevYadav 1 month 4 সপ্তাহ পূৰ্বে
What are the environmental issues of transportation in Assam?
This creates air pollution including nitrous oxides and particulates and is a significant contributor to global warming through emission of carbon dioxide and also plant pollution, by heavy metals. Within the transport sector, road transport is the largest contributor to global warming.
BrahmDevYadav 1 month 4 সপ্তাহ পূৰ্বে
What are the transport problems in rural areas in Assam?
The challenges to transportation in rural areas include limited public transport options, dependence on private transportation and lack of affordable housing for employees.
BrahmDevYadav 1 month 4 সপ্তাহ পূৰ্বে
Conclusion:-
The transportation system of Assam serves as a lifeline for the state's economy, contributing to its overall development by enhancing connectivity, supporting various industries and improving the quality of life for its residents.
BrahmDevYadav 1 month 4 সপ্তাহ পূৰ্বে
10. Emergency Response:-
A well-developed transportation system facilitates quick and efficient emergency
response, allowing for the timely delivery of relief materials, medical aid and support
during natural disasters or crises.
BrahmDevYadav 1 month 4 সপ্তাহ পূৰ্বে
9. Natural Resource Utilization:-
Efficient transportation aids in the utilization of natural resources by enabling their
movement to areas of need. For example, transporting tea, oil and other resources to
markets for consumption or export.
BrahmDevYadav 1 month 4 সপ্তাহ পূৰ্বে
cont--contributing to overall societal well-being.
8. Regional Integration:-
Assam's transportation system fosters regional integration by connecting it with
neighboring states and countries. This integration promotes trade, cultural exchange and
economic cooperation.
BrahmDevYadav 1 month 4 সপ্তাহ পূৰ্বে
6. Employment Opportunities:-
The development and maintenance of transportation infrastructure generate employment
opportunities. Construction, maintenance and operation of roads, railways and waterways
provide jobs to the local population.
7. Social Development:- Transportation facilitates social development by improving
accessibility to education and healthcare services. People can access schools, colleges and
medical facilities more easily,
BrahmDevYadav 1 month 4 সপ্তাহ পূৰ্বে
4. Tourism:-
Assam's transportation infrastructure supports the tourism industry by providing access to
popular destinations. This helps in attracting tourists, boosting the economy through
hospitality, travel and related services.
5. Industrial Growth:-
Industries in Assam rely on a robust transportation system for the movement of raw
materials, finished products and manpower. This contributes to industrial growth and
economic development.
BrahmDevYadav 1 month 4 সপ্তাহ পূৰ্বে
2. Trade and Commerce:-
Efficient transportation enables the smooth flow of goods to and from markets. Assam's
road, rail and waterway networks contribute to the growth of trade and commerce,
supporting businesses and industries.
3. Agricultural Development:-
Transportation facilitates the transportation of agricultural produce from farms to
markets. Farmers benefit from better access to markets, leading to increased income and
overall agricultural development.