Start Date: 02-11-2021
End Date: 25-11-2024
যান-বাহনৰ গতিবেগ সন্দৰ্ভত মতামত তথা পৰামৰ্শ প্ৰেৰণৰ আহ্বান ...
বিতং তথ্য চাওক
বিতং তথ্য গোপন কৰক
যান-বাহনৰ গতিবেগ সন্দৰ্ভত মতামত তথা পৰামৰ্শ প্ৰেৰণৰ আহ্বান লোকনিৰ্মাণ (পথ) বিভাগ, অসমৰ দ্বাৰা জনতাৰ চৰকাৰ মাই গভ অসমৰ সহযোগত পথ সুৰক্ষা সম্পৰ্কত বিভাগটোৰ অধীনস্থ পথসমূহৰ (ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে) ওপৰত সকলো শ্ৰেণীৰ বাহন চলাচলৰ ক্ষেত্ৰত সৰ্বোচ্চ গতিবেগ নিৰ্ধাৰণৰ উদ্দেশ্যে এখন নতুন খচৰা অধিসূচনা (Draft Notification) জাৰি কৰাৰ বাবে চিন্তা-চৰ্চা কৰা হৈছে। এই সম্পর্কত পথ সুৰক্ষাৰ দিশত সচেতন নাগৰিকসকলৰ অংশগ্রহণেৰে এক বিশেষ পদক্ষেপেৰে খচৰা অধিসূচনাখন প্রস্তুত কৰিবলৈ মনস্থ কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে আন পথসমূহৰ ক্ষেত্ৰত সৰ্বোচ্চ গতিবেগৰ সূচকসহ অধিসূচনাৰ খচৰা নিম্ন উল্লেখিত ধৰণে প্ৰস্তুত কৰা হৈছে। পথৰ শ্ৰেণী------------------------------------- সৰ্বাধিক গতি (কিঃমিঃ/ঘণ্টা) পথ বিভাজন থকা ৪ লেনযুক্ত পথ-------------- ৮০ সমতল এলেকাৰ ২ লেনযুক্ত (৭ মিটাৰ বহল) পথৰ লগতে পকী দাঁতি সংলগ্ন পথ--------------------------------------------- ৭০ সমতল এলেকাৰ পকী দাঁতিবিহীন ২ লেনযুক্ত (৭ মিটাৰ বহল)পথ--- ৬০ সমতল এলেকাৰ পকী দাঁতি সংলগ্ন থকা বা নথকা ইণ্টাৰমেডিয়েট লেনযুক্ত (৫.৫ মিটাৰ বহল) পথ------------------------------ ৫০ সমতল এলেকাৰ এক লেনযুক্ত (৩.৭৫ মিটাৰ বহল) পথ--------- ৪০ গুৱাহাটী মহানগৰীৰ এলেকাৰ ভিতৰত ভৌতিক মধ্যমাৰ দ্বাৰা পৃথকীকৃত পথ- ৫০ গুৱাহাটী মহানগৰ আৰু আন পৌৰসভা/নগৰ এলেকাৰ অন্তর্গত আন পথ- ৪০ গাঁও, শিক্ষা প্রতিষ্ঠান আদিৰ লগতে আৰক্ষী কর্তৃপক্ষৰদ্বাৰা চিহ্নিত স্পর্শকাতৰ এলেকা আৰু ইয়াৰ সমীপৱর্তী পথ----------------------------- ৩০ অতি জনবহুল বজাৰ এলেকাৰ পথ-------------------------- ২০ পাহাৰীয়া এলেকাৰ ২ লেনযুক্ত (৭মিটাৰ বহল) পথ------------------- ৫০ পাহাৰীয়া এলেকাৰ ইণ্টাৰমিডিয়েট লেনযুক্ত (৫.৫ মিটাৰ বহল) পথ---- ৪০ পাহাৰীয়া এলেকাৰ এক লেনযুক্ত (৩.৭৫ মিটাৰ বহল) পথ------- ৩০ উপর্যুক্ত বিভিন্ন পথভেদে নির্ধাৰিত সর্বোচ্চ গতিৰ সম্পর্কত প্রাক-অধিসূচনা পর্যায়ৰ পৰামর্শমূলক প্রক্রিয়া হিচাপে পথ সুৰক্ষাৰ প্রতি সচেতন নাগৰিকসকলক পৰামৰ্শ/ মন্তব্য প্ৰেৰণৰ বাবে অনুৰোধ জনোৱা হৈছে। আপোনাৰ বহুমূলীয়া মতামত/পৰামৰ্শ তলত মন্তব্য আকাৰে আগবঢ়াব পাৰে। মন্তব্য আগবঢ়োৱাৰ অন্তিম তাৰিখ : ২৫ নৱেম্বৰ, ২০২১। পৰামর্শ/মতামত আগবঢ়োৱাসকলে নাম, ঠিকনা, কর্ম পদবী তথা যোগাযোগৰ নম্বৰ উল্লেখ কৰাটো বাঞ্ছনীয়। অন্যথা তেখেতসকলৰ মতামত/পৰামর্শ মূল্যায়নৰ ক্ষেত্রত বিবেচিত নহ’ব।
SouravkumarJain 3 বছৰ 11 হিচাপপূৰ্বে
Please use Nation wide norms, or else people will be just confused and that might cause accidents while driving or riding and please use of proper banners for speed limits.
Dhrubajyoti Bhattacharjya 3 বছৰ 11 হিচাপপূৰ্বে
Just use international norms or at least national norms. Why to confuse people whether state highway or national highway.
Dishanta Adhikari 3 বছৰ 11 হিচাপপূৰ্বে
Speed limits for the highways should be increased as an experimental phase. If accidents occurs frequently then down it to 80kmph.
Speeds limits for Guwahati area is a welcoming news. Many people are losing lives everyday along with minor/major accidents. But I think roads should be constructed and widened properly before setting speed limit.
And additionally please encourage cycle ride too around the city.
Chandan Sarma 3 বছৰ 11 হিচাপপূৰ্বে
ৰাষ্ট্ৰীয় ঘাইপথত গতিবেগ ৮০ৰ পৰা ১২০কি:মি:/প্ৰতি ঘণ্টা হ'ব লাগে।
মহানগৰৰ এলেকাত ৫০ৰ পৰা ৮০ কি:মি: হ'ব লাগে।
CC কেমেৰাৰ ব্যবস্থা থকাতো দৰকাৰ।
ৰাস্তাত গাত থাকিব নেলাগে।
ৰাষ্ট্ৰীয় ঘাইপথত ঠাই বিশেষে শৌচাগাৰৰ, খোৱা পানীৰ ব্যবস্থা থকাতো দৰকাৰ।
kallll 3 বছৰ 11 হিচাপপূৰ্বে
1. normal speed of a CYCLIST reaches 25 to 30 kmph.Noe decide the practicality of 20 n 30 kmph limits. vehicles willl have to slow down if there is congestion. its not fast n furious scene. on similar grounds the limit of 40kmph seems sheer absurd. 60kmph is a minimum perfect comfortable speed. anyone who drives will agree on it. untill some rouge moron decides to jump in front of the car. doing 70 on 60 is not a big deal but doing 120 on a 100 is big deal.
Ripunjoy Sharma 3 বছৰ 11 হিচাপপূৰ্বে
The national highway should be 80-100 looking at the Accident prone zones.
In Kamrup Metro , the Speed should be 50-80 depending on the Traffic situation.
Moreover , fine should not be deducted in the First instance and a warning should be Given
ParthaPratim 3 বছৰ 11 হিচাপপূৰ্বে
4-lane with divided carriageway - 80 is okay for roads near major cities or towns, but should be more away from city. Four wheeler cars like SUV's and sport model cars easily crosses 80 in third gear transmission. Also, journey time with cars in highways will become tedious. Also, the rule should be applied for both common people and government officials including ministers and officers.
Hrishikesh Barman 3 বছৰ 11 হিচাপপূৰ্বে
If you want to apply speed limit in highway then why is there tollgate, and named highway? It's useless.
Partha Khargharia 3 বছৰ 11 হিচাপপূৰ্বে
It's reckless driving that causes more accidents than speed. Moreover installation of street lights and conditions of roads needs to be improved.
JP Nath 3 বছৰ 11 হিচাপপূৰ্বে
The limit should be 80 to 100 km per hour