You don't have javascript enabled. Please Enabled javascript for better performance.

পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত ‘জনতাৰ চৰকাৰ মাই গভ অসমলৈ’ দিহা পৰামৰ্শ প্ৰেৰণ কৰক –

Start Date: 29-11-2018
End Date: 31-12-2019

পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে মহামানৱ মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে মহামানৱ মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষত স্বৰাজ প্ৰতিষ্ঠাৰ সপোন দেখিছিল। গান্ধীজীয়ে কৈছিল – ‘ভাৰতৰ আত্মা গাঁৱত লুকাই আছে, সেয়েহে গাঁৱৰ উন্নতি অবিহনে দেশৰ উন্নতিৰ কথা ভাবিবই নোৱাৰি’

স্বাধীনতাৰ পাছৰে পৰা সকলো ৰাজ্যতে পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তনৰ জৰিয়তে গাওঁসমূহক অধিক শক্তিশালী কৰি তোলাৰ লগতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে এই ব্যৱস্থাক আগবঢ়াই নিয়া হৈছে। এই পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে গাঁৱৰ জনসাধাৰণৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হয়।

বৰ্তমান সময়ত জনসাধাৰণৰ সহায় সহযোগিতা তথা দিহা-পৰামৰ্শৰ যোগেদি এই পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক উন্নয়নমুখী কৰাৰ যথেষ্ট থল আছে। এই সন্দৰ্ভত ‘জনতাৰ চৰকাৰ মাই গভ অসমে’ আপোনাৰ বহুমূলীয়া দিহা-পৰামৰ্শ কামনা কৰিছে। আপোনাৰ পৰামৰ্শসমূহ আমাক তলত মন্তব্য হিচাবে প্ৰদান কৰিব পাৰে।

সকলো মন্তব্য
Reset
43 তথ্য পোৱা গ’ল
52740

Ramayan Mahto 4 বছৰ 11 হিচাপপূৰ্বে

Assam . MyGov.in/en share referral code WXRSR6 Rule-all new-new technical science of project work management and Engineering practical experience training professional course and service plesment work website-www.rmrjlbcp.in . visit Employment activities/activities of Employment placement agencies/services management RAMAYAN MAHTO and KANTI DEVI partner address- olha.madhubani .East Champaran Bihar pin code 845417

52740

Ramayan Mahto 4 বছৰ 11 হিচাপপূৰ্বে

Rastriyajanlaxmibusinesscompoundparivar MSME-UAM No BR11D00 41042. MyGov share referral code WXRSR6 Rule- all new-new technical science of project work management and Engineering practical experience training course and service plesment work in services website www.rmrjlbcp.in under Employment Activities/activities of Employment placement agencies /services . Primary seller /service provider RAMAYAN MAHTO and KANTI DEVI partner address. Olha. Madhubani East Champaran Bihar pin code 845417

400

Manoj Mahanta 4 বছৰ 12 হিচাপপূৰ্বে

Some of the development work taken up by Gram Panchayat under MGNERGA are actually harassing the public in the name of development activities being undertaken.This event occurred on 26th April 2019 in the village Baidyagarh, under work ID 0407006009/IC/9010225432.The name of the work is construction of Agribundh. Under the leadership of the GP president Mr. Dulu Bhuyan have encroached our family property ( land area of almost more than 300 sqft)and widened the road.Authorities pls take action

930

ASHMITADEB 5 বছৰ 4 হিচাপপূৰ্বে

There are many more problems in the village,I think there should be every month surveillance in the villages by government officials,so that the panchayats of the villages not do any type of corruption or they dont take wrong decions.first of all chief minister of respestive states should make a body comprising of some ministers who will check every decision of panchayat.panchayat of every village should be atleast graduate.education system of villages should be improved and their labour wages.

1080

Mahmudul hussain 5 বছৰ 4 হিচাপপূৰ্বে

(১)গাওঁসভাৰ কাৰ্য্যবিৱৰণী,কৰিবলগা কামৰ তালিকা,পুঁজিৰ জমা-খৰছৰ হিচাপ, উপকৃত হোৱা হিতাধিকাৰীৰ তালিকা আদি সকলো তথ্যৰে প্ৰতিবছৰে প্ৰতিখন পঞ্চায়তত পুস্তিকা এখন প্ৰকাশ কৰিব লাগে আৰু website ত উপলব্ধ হ’ব লাগে (২)পঞ্চায়তৰ দুৰ্নীতি নিৰীক্ষণকোষ এটা লাগে আৰু Email,Whatsappযোগে দুৰ্নীতিৰ তথ্য দাখিল কৰিব পাৰিব লাগে (৩)সামাজিক হিচাপ পৰীক্ষণ শক্তিশালী কৰিব লাগে আৰু জমা-খৰছৰ হিচাপৰ প্ৰতিবেদন গাওঁসভাত অনুমোদন হোৱাটো বাধ্যতামূলক কৰিব লাগে (৪)পঞ্চায়ত প্ৰতিনিধিৰ মাহেকীয়া মাননী বৃদ্ধি কৰিব লাগে

1400

Sanjay Kr Das 5 বছৰ 4 হিচাপপূৰ্বে

(১)গাওঁসভাৰ কাৰ্য্যবিৱৰণী,কৰিবলগা কামৰ তালিকা,পুঁজিৰ জমা-খৰছৰ হিচাপ, উপকৃত হোৱা হিতাধিকাৰীৰ তালিকা আদি সকলো তথ্যৰে প্ৰতিবছৰে প্ৰতিখন পঞ্চায়তত পুস্তিকা এখন প্ৰকাশ কৰিব লাগে আৰু website ত উপলব্ধ হ’ব লাগে (২)পঞ্চায়তৰ দুৰ্নীতি নিৰীক্ষণকোষ এটা লাগে আৰু Email,Whatsappযোগে দুৰ্নীতিৰ তথ্য দাখিল কৰিব পাৰিব লাগে (৩)সামাজিক হিচাপ পৰীক্ষণ শক্তিশালী কৰিব লাগে আৰু জমা-খৰছৰ হিচাপৰ প্ৰতিবেদন গাওঁসভাত অনুমোদন হোৱাটো বাধ্যতামূলক কৰিব লাগে (৪)পঞ্চায়ত প্ৰতিনিধিৰ মাহেকীয়া মাননী বৃদ্ধি কৰিব লাগে

7400

Diganta Talukdar 5 বছৰ 4 হিচাপপূৰ্বে

Panchayat is the main strength of the village development,Panchyat system is this time 3 point of most needs.1.field level employee salary system is very poor GP level.2.digitally all Panchayat training up to GP team all ward member.3.Guideline discused all scheme every week GP level and ultimately corruption free at GP level.