You don't have javascript enabled. Please Enabled javascript for better performance.

থলুৱা গছপুলি ৰোপণেৰে ভূমিস্খলন ৰোধ

Start Date: 30-06-2020
End Date: 31-07-2020

মাটিয়েই হৈছে আমাৰ জীৱনধাৰণৰ বাবে মূল উপাদান। বাৰিষাৰ লগে লগে অসমৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

মাটিয়েই হৈছে আমাৰ জীৱনধাৰণৰ বাবে মূল উপাদান। বাৰিষাৰ লগে লগে অসমৰ বিভিন্ন ঠাইত মাটি খহি ব্যাপক হাৰত ভূমিস্খলন হোৱা দেখা যায়। বিশেষকৈ পাহাৰীয়া অঞ্চল আৰু নদীৰ দাঁতিকাষৰীয়া অঞ্চলত ভূমিস্খলনৰ মাত্ৰা বেছি। ঔদ্যোগিকীকৰণ, চহৰাঞ্চলৰ প্ৰসাৰ আদি বিভিন্ন কাৰকৰ প্ৰভাৱত গছ-গছনিৰ সংখ্যা হ্ৰাস পোৱাটো ভূমিস্খলনৰ এটা অন্যতম প্ৰধান কাৰক। আমি সকলোৱে গছপুলি ৰোপণৰ দ্বাৰা জৈৱে বৈচিত্ৰতাৰ ভাৰসাম্যতা ৰক্ষা কৰি ভূমিস্খলনৰ মাত্ৰাও নিয়ন্ত্ৰণ কৰিব পাৰোঁ।

যদিও ভূমিস্খলন এটা প্ৰাকৃতিক কাৰণ, তথাপি আমি নদীৰ দাঁতিকাষৰীয়া অঞ্চল, পাহাৰীয়া ভূমি আদিত কিছুমান থলুৱা গছপুলি ৰুই ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰো। এই গছ সমূহৰ শিপাসমূহে বাৰিষাকালত মাটিক স্খলন হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে।

অসমৰ বিভিন্ন থলুৱা গছপুলিসমূহ ৰোপণ কৰি নদীৰ দাঁতিকাষৰীয়া অঞ্চল, কৃষিভূমি অথবা পাহাৰীয়া অঞ্চলৰ ভূমিস্খলন কেনেদৰে ৰোধ কৰিব পৰা যায় অথবা আপুনিও এনে কোনো উদ্যমৰ লগত জড়িত যদি মাই গভ অসমক আপোনাৰ বক্তব্য জনাওক। এই সম্পৰ্কে আমালৈ ফটোও প্ৰেৰণ কৰিব পাৰে। আপোনাৰ বক্তব্য আমালৈ প্ৰেৰণ কৰিব পাৰে তলত মন্তব্য আকাৰে।

সকলো মন্তব্য
Reset
105 তথ্য পোৱা গ’ল
9700

Dwarika Prasad Patel 4 দিন 13 ঘন্টা পূৰ্বে

धरती पर वृक्षारोपण मिट्टी के कटाव को कम करने के अलावा दूषित पर्यावरण को शुद्ध करने में भी सहायक है। वृक्षारोपण ग्लोबल वार्मिंग के खतरे को भी कम करने में सक्षम हैं ‌।

2410

MALAPPA KHAGGANNAVAR 5 দিন 7 ঘন্টা পূৰ্বে

First of all, the main solution for this is to say no to plastic. Then develop our environment
Plan more eco friendly activities
Use rain water in a systematic manner and take the remedies for it
Have to use all things which aren't anti-environmental.
Dont support this upcoming Industrial revolution
Have ti make practice of farmyard manure in farming and fields.Have to use Earthworms fertiliser instead of chemical fertilizers.

2270

Rajendra Khandu Pawar 5 দিন 9 ঘন্টা পূৰ্বে

Dear All,
We should firstly increase the water level in the soil, majority time our plenty rain water wasting & gone to creeks, When we watering our soil then it will not satured for many years, secondly we have to try other crops so that quality of soil not get degraded, thirdly we should use organic fertilizers like old leaf's & son khat because of its use we can maintain soil quality.

Best Regards
Rajendra Khandu Pawar

1750

Jagat savaliya 5 দিন 12 ঘন্টা পূৰ্বে

Ways to prevent soil erosion--
1)Planting trees and grass to cover and bind the soil. Plants may be herbs,creepers,wild flowers and small trees
2) Applying mulches.
3) Matting the soil.
4) Contour farming.
5) Creation of wind breakers by planting evergreen trees.
6) Geotextiles help prevent soil erosion especially on steep slopes, helping to protect the water.They allow drainage of water without excess runoff pollution

1900

Kaltyan Sarkar 5 দিন 12 ঘন্টা পূৰ্বে

Dear Sir,
Ways to prevent soil erosion--
1)Planting trees and grass to cover and bind the soil. Plants may be herbs,creepers,wild flowers and small trees
2) Applying mulches.
3) Matting the soil.
4) Contour farming.
5) Creation of wind breakers by planting evergreen trees.
6) Geotextiles help prevent soil erosion especially on steep slopes, helping to protect the water.They allow drainage of water without excess runoff pollution

4900

Shubham Bharti 5 দিন 15 ঘন্টা পূৰ্বে

When the soil is saturated or unable to absorb more water. Plants also help absorb some of the water in the soil. These effects make it harder for water to wash the soil away. Plants also help reduce erosion in other ways, such as breaking the wind that might blow dry top soil away. In Assam it is very much required.