You don't have javascript enabled. Please Enabled javascript for better performance.

ডাইনী হত্যা প্ৰতিৰোধী আইনৰ সজাগতা বৃদ্ধি সন্দৰ্ভত নাগৰিকৰ মতামত আহ্বান

Start Date: 19-07-2018
End Date: 31-07-2021

ডাইনী সন্দেহত নিৰীহ লোকৰ হত্যা, সমাজৰ বাবে এক অতি অমানৱীয় আৰু ঘৃণনীয় ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ডাইনী সন্দেহত নিৰীহ লোকৰ হত্যা, সমাজৰ বাবে এক অতি অমানৱীয় আৰু ঘৃণনীয় কাম। ডাইনী হত্যাৰ নামত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বলি হৈ বহু নিৰীহ লোকে ইতিমধ্যে প্ৰাণ দিছে। এই ঘৃণনীয় কাৰ্য ৰোধ কৰাৰ বাবে অসম চৰকাৰে প্ৰস্তুত কৰা অসম ডাইনী হত্যা প্ৰতিৰোধী বিল ২০১৫, এক আইনত পৰিণত হোৱাৰ দুৱাৰ মুকলি হ’ল।
শেহতীয়াকৈ ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীযুত ৰাম নাথ কোৱিন্দ ডাঙৰীয়াই ‘অসম ডাইনী হত্যা (নিষিদ্ধকৰণ, প্ৰতিৰোধ আৰু সুৰক্ষা) বিল ২০১৫’ খনত অনুমোদন প্ৰদান কৰে। বিলখন অনুমোদন হোৱাৰ লগে লগে ই আইনত পৰিণত হোৱাৰ বাট মুকলি হ’ল। এই আইনৰ আধাৰত অভিযুক্তৰ বাবে জামিনবিহীন কঠোৰ শাস্তিৰ ব্যৱস্থা আছে।
এই আইনৰ আধাৰত অভিযুক্ত কোনো ব্যক্তি দোষী সাব্যস্ত হ’লে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩০২ ৰ অধীনত ৭ বছৰলৈ কাৰাবাস আৰু ৫ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।
‘জনতাৰ চৰকাৰ MyGov Assam’ য়ে অসমৰ জনসাধাৰণৰ মাজত এই আইনৰ সজাগতা কিদৰে বঢ়াব পৰা যায়, এই বিষয়ে মতামত তথা দিহা পৰামৰ্শ বিচাৰিছে। অসমৰ সকলো প্ৰান্তত এই আইনৰ গুৰুত্ব বৃদ্ধি কৰাৰ ক্ষেত্ৰত আপোনাৰ পৰামৰ্শ আমাক জনাবলৈ অনুৰোধ জনালো।

সকলো মন্তব্য
Reset
27 তথ্য পোৱা গ’ল
170

PARAG JYOTI LASKAR 5 বছৰ 7 হিচাপপূৰ্বে

গাৱৰ গাওবুঢ়াক জগৰীয়া কৰিব লাগে, কিয়নো চৰকাৰী গাওবুঢ়ায়ে চৰকাৰৰ পৰা চৰকাৰী সুবিধাবোৰ লৈছে, কিন্তু গাৱত দাইনী সন্দেহ হ'লে খবৰটো থানাত জনোৱাটোও তেওঁৰেই কৰ্তব্য,গাওবুঢ়াৰ এলেকাত দাইনী সন্দেহত কিবা অঘটন ঘটিলে ইয়াৰ বাবে গাওবুঢ়াই দায়ী হ'ব ।

690

Dr Mridul Kumar Borah 5 বছৰ 7 হিচাপপূৰ্বে

Our educators must be educated first (what is superstition). Some of our school teachers even believe 'witches occurs'. How can then we expect the new citizens, our children to say that 'nothing like witches occur'. During B.Ed or D.Ed.the teachers should be allowed to have scientific discussions, not only on witches but also on all superstition related subjects. If they learn then the students will learn, the society will learn.

Sometimes due to personal rerasons people make witches.

390

Subham Singhania 5 বছৰ 8 হিচাপপূৰ্বে

Witch Hunting is mostly prevelant in the Rural Villages where most of the people are uneducated and therefore it is frst necessary to educate them about this illegal and illogical Custom of Witch Hunting.
Any person be it educated or uneducated can easily understand the Movies so in the similar manner if we make a small documentary on Witch Hunting which covers all the aspects of it and most importantly if we highlight its consequences then i think definitely people will be able to understand.

692420

Ramakrishna Lakshmanan 5 বছৰ 8 হিচাপপূৰ্বে

My suggestion is that Ministers and MLAs may go to their respective constituenties and address their voters apprising them about Witch Hunting Bill which will be soon becoming a law. Awareness may be created by holding public meetings and educate the citizens about Witch Hunting Bill / Law.

  •