You don't have javascript enabled. Please Enabled javascript for better performance.

ডাইনী হত্যা প্ৰতিৰোধী আইনৰ সজাগতা বৃদ্ধি সন্দৰ্ভত নাগৰিকৰ মতামত আহ্বান

Start Date: 19-07-2018
End Date: 31-07-2021

ডাইনী সন্দেহত নিৰীহ লোকৰ হত্যা, সমাজৰ বাবে এক অতি অমানৱীয় আৰু ঘৃণনীয় ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ডাইনী সন্দেহত নিৰীহ লোকৰ হত্যা, সমাজৰ বাবে এক অতি অমানৱীয় আৰু ঘৃণনীয় কাম। ডাইনী হত্যাৰ নামত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বলি হৈ বহু নিৰীহ লোকে ইতিমধ্যে প্ৰাণ দিছে। এই ঘৃণনীয় কাৰ্য ৰোধ কৰাৰ বাবে অসম চৰকাৰে প্ৰস্তুত কৰা অসম ডাইনী হত্যা প্ৰতিৰোধী বিল ২০১৫, এক আইনত পৰিণত হোৱাৰ দুৱাৰ মুকলি হ’ল।
শেহতীয়াকৈ ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীযুত ৰাম নাথ কোৱিন্দ ডাঙৰীয়াই ‘অসম ডাইনী হত্যা (নিষিদ্ধকৰণ, প্ৰতিৰোধ আৰু সুৰক্ষা) বিল ২০১৫’ খনত অনুমোদন প্ৰদান কৰে। বিলখন অনুমোদন হোৱাৰ লগে লগে ই আইনত পৰিণত হোৱাৰ বাট মুকলি হ’ল। এই আইনৰ আধাৰত অভিযুক্তৰ বাবে জামিনবিহীন কঠোৰ শাস্তিৰ ব্যৱস্থা আছে।
এই আইনৰ আধাৰত অভিযুক্ত কোনো ব্যক্তি দোষী সাব্যস্ত হ’লে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩০২ ৰ অধীনত ৭ বছৰলৈ কাৰাবাস আৰু ৫ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।
‘জনতাৰ চৰকাৰ MyGov Assam’ য়ে অসমৰ জনসাধাৰণৰ মাজত এই আইনৰ সজাগতা কিদৰে বঢ়াব পৰা যায়, এই বিষয়ে মতামত তথা দিহা পৰামৰ্শ বিচাৰিছে। অসমৰ সকলো প্ৰান্তত এই আইনৰ গুৰুত্ব বৃদ্ধি কৰাৰ ক্ষেত্ৰত আপোনাৰ পৰামৰ্শ আমাক জনাবলৈ অনুৰোধ জনালো।

সকলো মন্তব্য
Reset
22 তথ্য পোৱা গ’ল
12250

ABHIJIT KUMAR BARAL 6 হিচাপ 2 সপ্তাহ পূৰ্বে

Assam Witch Hunting Bill 2015 is enacted with strict punishment but awareness building is more important in such cases. Regular campaigning, awaring and educating local people of targeted areas will help to make difference in future

12250

ABHIJIT KUMAR BARAL 6 হিচাপ 2 সপ্তাহ পূৰ্বে

Witch hunting is one of the pathetic and inhuman approach towards society. Government should strengthen local youth, SHGs and other stakeholders to awaring the facts and prejudice behind the malpractices. Regular awareness camping may lead to a safer world.

64930

Jayanta Topadar 8 হিচাপ 3 সপ্তাহ পূৰ্বে

Sir,
The Details of the Assam Witch Hunting(Prohibition,Prevention and Protection) Bill need to be circulated to the general people, especially in the remote rural regions. TV ads, Promotional videos, Short Films, Children's Films, Documentaries, Online Group Discussions, Debates, Talk Shows & Opinion Polls etc. Online Drawing Competitions may be held. People need to refer to valuable books, research papers & seminar papers on the negatives of Witch Hunting. Let's Educate them truly!

30190

PROSHANTA PURKAYASTHA 9 হিচাপ 3 সপ্তাহ পূৰ্বে

To create awareness on the issue local leaders, education is the, non governmental organisation, youth clubs as well as well local administration should discuss the issues in those areas where these incidents occurred earlier. Education and high awareness level on the issue will definitely help to curb the social menace. Student organisations can play instrumental role in this regard.

20570

Sandeep Shaw 1 বছৰ 4 হিচাপপূৰ্বে

In order to create a change from grass-root level the information about this law should be given in general knowledge books and the civics portion of the syllabus. Moreover the regional news channel and any television series encouraging the witch craft should be banned.
It can also be spread to remote are through newspaper or distribution of leaflets and phamplet.

106960

Mandar Das 1 বছৰ 4 হিচাপপূৰ্বে

A paradigm shift in mindset change is required to eradicate all the fictitious and superstitious belief which can only be possible through imparting proper education and conducting mass awareness campaigns, specially targetting the remote sections of the society.

17640

Chandramika Bora 1 বছৰ 4 হিচাপপূৰ্বে

যিহেতু ডাইনী হত্যাৰ দৰে কু প্ৰথা ভিতৰুৱা গাওঁ অঞ্চলতে বেছি হয় ; এনে অঞ্চলতে বাটৰ নাট পাতি এইবোৰ যে অপৰাধ আৰু ইয়াৰ শাস্তিৰ কেনে ধৰণৰ হব তাৰ প্ৰচাৰ কৰিব পৰা যায় ।

216600

Susanta Kumar Pattnaik 1 বছৰ 6 হিচাপপূৰ্বে

India is traditional value base and untill people are in traditional practice.Witch hunting should be able to curb by spreading social education in the community,women awareness generation and legal advice privileges.Gender inequality and diversity in opinions expressed should be watched properly and modification or renewals to voice and opinions count should which will have gather past experience utility in present and pave new to future.Discussion,witch hunting bill,awareness to mothers regard