You don't have javascript enabled. Please Enabled javascript for better performance.

গুৱাহাটীৰ যান-জঁটৰ সমস্যা সমাধানৰ বাবে পৰামৰ্শৰ আহ্বান

Start Date: 13-07-2018
End Date: 31-07-2021

উত্তৰ-পূৱৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰ। উত্তৰ-পূৱৰ এক প্ৰধান ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

উত্তৰ-পূৱৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰ। উত্তৰ-পূৱৰ এক প্ৰধান বাণিজ্যিক আৰু শৈক্ষিক কেন্দ্ৰ হোৱাৰ উপৰিও সাংস্কৃতিক,ৰাজনৈতিক আৰু প্ৰশাসনিক কাম-কাজৰো এক অন্যতম কেন্দ্ৰ হৈছে গুৱাহাটী। সাম্প্ৰতিক সময়ত এই ৰাজধানী চহৰখন বিভিন্ন ক্ষেত্ৰত দোপত-দোপে উন্নয়নৰ দিশে ধাৱমান হ’বলৈ লৈছে। কিন্তু এনে উন্নয়ন তথা বিকাশৰ বিপৰীতে বৰ্ধিত জনসংখ্যা আৰু ইয়াৰ লগে লগে অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ লোৱা যান-বাহনৰ সংখ্যা চহৰখনৰ বাবে বৃ্হৎ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে। দৈনিক সৃষ্টি হোৱা যান-জঁটৰ ফলত বিভিন্ন সমস্যাৰ উদ্ভৱ হোৱাৰ লগতে দূৰ্ঘটনাৰ সংখ্যাও বৃদ্ধি পাবলৈ লৈছে।

ভয়াৱহ যান-জঁটৰ সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ হেতু জনতাৰ চৰকাৰ MyGov Assam য়ে বিচাৰিছে আপোনাৰ বহুমূলীয়া দিহা-পৰামৰ্শ।

সকলো মন্তব্য
Reset
73 তথ্য পোৱা গ’ল

INDRANI N PURKAYASTHA 7 বছৰ 3 হিচাপপূৰ্বে

1) Many traffic lights don't function. These should be maintained and followed.
2) Crossing busy roads has become very risky and a nightmare especially for senior citizens. There should be zebra crossings on all busy roads where vehicles should stop to enable pedestrians to cross roads safely.
3)City buses, trekkers,etc engage in a dangerous race to overtake. The speed, safety and stoppage rules should be enforced.
4) More parking areas required and parking allowed only in the designated area

Nipan Goswami 7 বছৰ 3 হিচাপপূৰ্বে

Few lines.....
1. Control city buses, stopping timings and places, closed some stoppages. It should also for Mazic, cabs etc.
2. Jalukbari Fly over now become a bus, mazic, cab etc. stand. It makes heavy traffic & the roads become dangerous.
3. Immediately do something for foot bridges or other way to cross the public.
4. Traffic rules should be implement strictly not only for Pvt. vehicles also for Govt vehicles like military etc.

Kajal Majumder 7 বছৰ 3 হিচাপপূৰ্বে

Few points to tackle traffic problems.:
1. City buses are not to be allowed to stop more than 30 sec. in one stoppage. city buses are major cause for traffic jam.
2. stopping unauthorise bike & car parking.
3. very few people are using multilayered car parking at Zoo road. Traffic Dept should be strict.
4. ODD and EVEN system can be applied for private cars.
5. Due to bad road conditions some roads are not being used properly to divert the traffic pressure.Using alternative roads.

Jagannath das 7 বছৰ 3 হিচাপপূৰ্বে

গুৱাহাটীৰ যানযট সমষ্যা উপাই নাৰেংগী -কুৰুৱা সংযোগী দলংখন কাম কৰিব লাগিব আৰু কুৰুৱাৰ পৰা চাংচাৰি ৱাইপাচ পথ কৰিব লাগিব।

Surajit Kalita 7 বছৰ 3 হিচাপপূৰ্বে

কুৰুৱা - বোন্দা নুনমাটি গুৱাহাটী সংযোগী দলংখনৰ ব্যৱস্থা কৰক। তেতিয়া চাংসাৰী পৰা কুৰুৱা হৈ গুৱাহাটীলৈ বাইপাছৰ ব্যৱস্থা হব আৰু যান-যঁতৰ সমস্যাটো সমাধান হব।

Santanu Kashyap 7 বছৰ 3 হিচাপপূৰ্বে

পথ বহল কৰা উচিত। আমাৰ গুৱাহাটী ত আজিলৈ পথ বহল কৰাত গুৰুত্ব আৰোপ কৰা হোৱা নাই। মূল পথ অকল G S road and RGB road। অতি কমেও এটা নতুন মুল পথ নিৰ্মাণ কৰক। নতুবা ring road নিৰ্মাণ কৰক। দেশৰ আন আন চহৰত Ring Road নিৰ্মাণ কৰা হৈছে। চিটিবাছ সমূহ ৰ কাৰণে ধেনু আকৃতিৰ বাছ আস্থান নিৰ্মাণ কৰক যাতে বাছ খন মুল পথৰ পৰা আতঁৰি আহে। ৰাষ্ট্ৰীয় ঘাইপথ অংশ ৮ / ৬ পথ যুক্ত কৰক। পথৰ পাৰ্কিং সম্পূৰ্ণ ৰূপে বন্ধ কৰক। মটৰ পৰিবহণত যাতে পথ বোৰ ৯০% ব্যৱহাৰ হয়। উৰণীয়া সেঁতু নিৰ্মাণ কৰিবলৈ লোৱাত চৰকাৰক আদৰণি জনাইছোঁ

Uday Ranjan Goswami 7 বছৰ 3 হিচাপপূৰ্বে

An efficient public transport system is the key to traffic de congestion. Investment should be made to create a network of highly efficient and good quality air conditioned buses and bus stops connecting all major parts of the city. Professionally operated high quality comfortable buses will encourage citizens to use more of public transport and less of private vehicles within the city. All roads should have a walkable footh path and bicycle tracks and govt should incentivise use of bicycle.