You don't have javascript enabled. Please Enabled javascript for better performance.

কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শৰ বাবে MyGov Assam লৈ প্ৰশ্ন প্ৰেৰণৰ আহ্বান

Start Date: 19-07-2018
End Date: 31-07-2021

একবিংশ শতিকা হৈছে শিক্ষাৰ ক্ষেত্ৰত ন ন কেৰিয়াৰ উদ্ভাৱন আৰু ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

একবিংশ শতিকা হৈছে শিক্ষাৰ ক্ষেত্ৰত ন ন কেৰিয়াৰ উদ্ভাৱন আৰু শিক্ষাগ্ৰহণৰ এক নতুন সময়। সময়ৰ লগে লগে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে পৰম্পৰাগত বিষয়বস্তুৰ বাহিৰেও নতুন নতুন কেৰিয়াৰৰ বাট মুকলি হৈছে। যদিও ছাত্ৰ-ছাত্ৰী সকলে নিজা প্ৰিয় বিষয়বস্তু সমূহত অধ্যয়নৰ পোষকতা কৰে তথাপি মাজে সময়ে বিভিন্ন কেৰিয়াৰ সম্পৰ্কে মনত এক খু-দুৱনি থাকি যায়। এই খু-দুৱনিবোৰে ছাত্ৰ-ছাত্ৰীসকলৰ মনত এক অনিশ্চয়তাৰ ভাৱ জগাই কৰি তোলে যিয়ে ভৱিষ্যতৰ বিভিন্ন ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলায়।
সময় এতিয়া নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ। ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এক ব্যস্ততাৰ সময়, সঠিক সময়ত সঠিক কেৰিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ। ছাত্ৰ-ছাত্ৰী সকলক সহায়ৰ হাত আগবঢ়াই এক সঠিক কেৰিয়াৰ সিদ্ধান্ত লোৱাত সহায় কৰিবলৈ জনতাৰ চৰকাৰ MyGov Assam য়ে ছাত্ৰ ছাত্ৰী সকলৰ পৰা বিচাৰিছে যিকোনো ধৰণৰ কেৰিয়াৰ সম্পৰ্কীয় প্ৰশ্ন। এই প্ৰশ্ন সমূহৰ উত্তৰ দিব বিভিন্ন ক্ষেত্ৰৰ আমাৰ কেৰিয়াৰ বিশেষজ্ঞ সকলে। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে সঠিক পৰামৰ্শ লাভৰ জৰিয়তে কেৰিয়াৰৰ ক্ষেত্ৰখনত সফলতা লাভ কৰিব বুলি আমি দৃঢ়বিশ্বাসী। ছাত্ৰ-ছাত্ৰী সকলে কেৰিয়াৰ সম্পৰ্কীয় যিকোনো প্ৰশ্ন আমালৈ লিখি পঠিয়াব পাৰে তলৰ মন্তব্য শিতানত।

সকলো মন্তব্য
Reset
96 তথ্য পোৱা গ’ল
200

Chandan Lal Dey 6 বছৰ 7 হিচাপপূৰ্বে

Dear Chief Minister, Assam,
Our complaints regarding corrupt practices in Jagamohan Vidyapith, Golakganj 783334, Dhubri District sent through Prime Minister's office is pending for long with you brilliant team of examplary officers say Sri Anant Lal Gyani, D.C.DHUBRI, Sri S.K.Jadav, I.S. DDC DHUBRI, Smt. Chayanika Thakuria,SDC, Golakganj revenue circle etc. Kindly activate them so that academic environment of our school is saved and improved immediately. PMO's two letters are attached.

200

Chandan Lal Dey 6 বছৰ 7 হিচাপপূৰ্বে

Dear Chief Minister, Askam,
Our complaints regarding corrupt practices in Jagamohan Vidyapith, Golakganj 783334, Dhubri District sent through Prime Minister's office is pending for long with you brilliant team of examplary officers say Sri Anant Lal Gyani, D.C.DHUBRI, Sri S.K.Jadav, I.S. DDC DHUBRI, Smt. Chayanika Thakuria,SDC, Golakganj revenue circle etc. Kindly activate them so that academic environment of our school is saved and improved immediately. PMO's letter is attached.

200

Chandan Lal Dey 6 বছৰ 7 হিচাপপূৰ্বে

Dear Chief Minister,
Thanks for your efforts to improve education scenario of the state. Please remove the corruption in the offices of the Inspector of schools who are destroying district education system in collusion with some corrupted headmasters. Please cultivate honest work culture in the offices of Headmasters and Inspector of schools. Next post, I shall submit some valid examples of corruption by Headmasters in collusion with DDC, I S etc.
-Chandan Laleham Dey

24400

Abdul Rafique 6 বছৰ 8 হিচাপপূৰ্বে

মোৰ বিনম্ৰ অনুৰুধ এই যে অসমৰ যিমান শিক্ষীত বিকলাংগ ছাত্ৰ-ছাত্ৰী আছে যি কেইজন আৰ্থিক বাবে দুৰ্বল সিহতক সহায়ৰ বাবে আগবাডী আহিব লাগে my govt Assam এ যাতে তেওলোক ভবিষ্য়ত জীবনত সমাজৰ হকে কাম কৰিব পাৰে |

11490

Chiranjeeb Sarmah 6 বছৰ 9 হিচাপপূৰ্বে

Educational counselling are becoming more important in today's world as students can come to know about their talents and moreover some students are not so free with their parents and cannot speak with them.A counselling can help them gain confidence and feel relaxed and free from tensions as they can freely share their views without any fear.This will also stop to some amount the suicides cases which are done unknowingly.They will also be able to choose various career opportunities available.

16130

Soumyadip Ghoshal 6 বছৰ 10 হিচাপপূৰ্বে

It's a pleasure for me to give suggestions on educational counseling.As it is known that India is developing rapidly in all fields,education also a very important role.There should be more & more govt. aided schools with best level of educational facilities.Govt schools in India lag behind giving proper education to the students.My request to you is that more teachers should be appointed & the quality of schools should be improved.There should be a quota for BPL kids to study in pvt schools.

200

Gautam Das 7 বছৰ 1 সপ্তাহ পূৰ্বে

মহোদয়,
বৰ্তমান আপোনালোকে অনুসূচীত জাতিৰ নিবনুৱা যুৱক যুৱতীৰ বাবে কি কি আঁচনিৰ জড়িয়তে উপকৃত কৰি আছে, অনুগ্ৰহ কৰি জনাব ।