You don't have javascript enabled. Please Enabled javascript for better performance.

কৃষি নীতিৰ খচৰা (২০১৮)

Start Date: 09-03-2018
End Date: 10-04-2018

এখন কৃষিপ্ৰধান ৰাজ্য হিচাবে অসম চৰকাৰে ৰাজ্যৰ কৃষি আৰু উদ্যান ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

এখন কৃষিপ্ৰধান ৰাজ্য হিচাবে অসম চৰকাৰে ৰাজ্যৰ কৃষি আৰু উদ্যান শস্যৰ ক্ষেত্ৰখনত এক যোগাত্মক পৰিৱৰ্তন আনিবলৈ কৃষি বিভাগক যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। এই কৃষি ক্ষেত্ৰখনে প্ৰয়োজনীয় খাদ্যৰ অভাৱ পুৰণ কৰাই নহয় ৰাজ্যৰ বাবে ই উত্পাদন বৃদ্ধিৰে আয় বঢ়োৱাতো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ, পৰিবেশ অনুকূল বৈজ্ঞানিক পদ্ধতি, এখন সৱল কৃষি নীতিৰে কৃষি আৰু উদ্যান শস্যৰ উতপাদন বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে।

অসম চৰকাৰৰ কৃষি বিভাগে মাই গভ অসমৰ সহযোগত এখন সৱল কৃষি নীতি প্ৰস্তুত কৰিবলৈ জনসাধাৰণৰ পৰা নিজৰ মতামত তথা দিহা পৰামৰ্শ বিচাৰিছে। এখন সৱল নীতি প্ৰস্তুত কৰাত এই পৰামৰ্শই নিশ্চয়কৈ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

সকলো মন্তব্য
Reset
13 তথ্য পোৱা গ’ল
880

APOLLO HOSPITAL 5 বছৰ 11 হিচাপপূৰ্বে

Do you want to buy or sell your kidney for money, Apollo Hospital is urgently in need for kidney donor at the rate of ($270,000) 1.70 CRORE, Payment procedure 50% (85 LAKHS) advance payment before operation, If any one is willing to sell please contact us.

Need Genuine Donors.
Waiting for your responds
Email: kidneytransplant44@gmail.com
Contact Number +919172630117
What-sup Number: +919172630117
Best Regards

880

APOLLO HOSPITAL 5 বছৰ 11 হিচাপপূৰ্বে

Do you want to buy or sell your kidney for money, Apollo Hospital is urgently in need for kidney donor at the rate of ($270,000) 1.70 CRORE, Payment procedure 50% (85 LAKHS) advance payment before operation, If any one is willing to sell please contact us.

Need Genuine Donors.
Waiting for your responds
Email: kidneytransplant44@gmail.com
Contact Number +919172630117
What-sup Number: +919172630117
Best Regards

1082360

NANDIKANTI SAI KUMAR 6 বছৰ 1 সপ্তাহ পূৰ্বে

STATE GOVERNMENT SHOULD GIVE FARMERS AN AMOUNT(FREE NON REFUNDABLE) TWO TIMES A YEAR. OF COURSE IF A SINGLE FARMER EXCEEDS MORE THAN CERTAIN LIMIT OF LAND SHOULD NOT BE GIVEN. GOVERNEMNT SHOULD DO AWARENESS AND ENCOURAGE ORGANIC FARMING. THEY SHOULD DO AWARENESS ON ROTATION OF CROPS BY KEEPING ASEPERATE TEAM . AFTER CULTIVATION FOR BUYING GOVERNMENT SHOULD COME FORWARD AND BUY SO THAT THE FARMER ALWAYS BENEFITS ,AND SEE THAT THE COMMERCIAL CROPS ARE EXPORTED.AN INSURANCE COVERAGE FOR FARMERS.

220

RAJENDRA KUMAR DAS 6 বছৰ 2 সপ্তাহ পূৰ্বে

কৃষকক ট্ৰেক্টৰ বিতৰণ কৰাটো কেতিয়া হব...ই ও সাথৰযেন অনুভৱ হৈছে.কৃষি মন্তিয়ে সোনকালে ইয়াৰ বিতৰনৰ তাৰিখ সিন্ধান্ত কৰি অসমৰ কৃষকক উপকৃত কৰেযেন তথা কৃষি খন্দত নতুন যোগৰ সূচনা হওক.