You don't have javascript enabled. Please Enabled javascript for better performance.

কৃষি নীতিৰ খচৰা (২০১৮)

Start Date: 09-03-2018
End Date: 10-04-2018

এখন কৃষিপ্ৰধান ৰাজ্য হিচাবে অসম চৰকাৰে ৰাজ্যৰ কৃষি আৰু উদ্যান ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

এখন কৃষিপ্ৰধান ৰাজ্য হিচাবে অসম চৰকাৰে ৰাজ্যৰ কৃষি আৰু উদ্যান শস্যৰ ক্ষেত্ৰখনত এক যোগাত্মক পৰিৱৰ্তন আনিবলৈ কৃষি বিভাগক যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। এই কৃষি ক্ষেত্ৰখনে প্ৰয়োজনীয় খাদ্যৰ অভাৱ পুৰণ কৰাই নহয় ৰাজ্যৰ বাবে ই উত্পাদন বৃদ্ধিৰে আয় বঢ়োৱাতো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ, পৰিবেশ অনুকূল বৈজ্ঞানিক পদ্ধতি, এখন সৱল কৃষি নীতিৰে কৃষি আৰু উদ্যান শস্যৰ উতপাদন বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে।

অসম চৰকাৰৰ কৃষি বিভাগে মাই গভ অসমৰ সহযোগত এখন সৱল কৃষি নীতি প্ৰস্তুত কৰিবলৈ জনসাধাৰণৰ পৰা নিজৰ মতামত তথা দিহা পৰামৰ্শ বিচাৰিছে। এখন সৱল নীতি প্ৰস্তুত কৰাত এই পৰামৰ্শই নিশ্চয়কৈ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

সকলো মন্তব্য
Reset
13 তথ্য পোৱা গ’ল
  •