You don't have javascript enabled. Please Enabled javascript for better performance.

অসমৰ জনপ্ৰিয় পৰ্যটনস্থলী সমূহক অধিক কাৰ্যক্ষম কৰি তুলিবলৈ পৰামৰ্শৰ আহ্বান

Start Date: 07-04-2017
End Date: 07-05-2017

অসমৰ চহকী পৰ্যটন ক্ষেত্ৰখনক এক বাণিজ্যিক সম্পদ হিচাবে গঢ়ি তোলাৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসমৰ চহকী পৰ্যটন ক্ষেত্ৰখনক এক বাণিজ্যিক সম্পদ হিচাবে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে কাম কৰি আছে আৰু বহুক্ষেত্ৰত সফল হৈছে।জৈৱবৈচিত্ৰত চহকী অসম বিভিন্ন জীৱ-জন্তু, উদ্ভিদ তথা প্ৰাকৃতিক সম্পদকে ধৰি সাংস্কৃতিক ঐতিহ্যৰে ভৰা এখন ৰাজ্য।

অসম চৰকাৰৰ পৰ্যটন বিভাগে ৰাইজৰ পৰা বিভিন্ন পৰ্যটন স্থলী সমূহক আৰু অধিক কিদৰে জনপ্ৰিয় কৰি তুলিব পাৰি সেই সম্পৰ্কে মতামত আহ্বান কৰিছে।

অন্তিম তাৰিখ ১০ মে, ২০১৭

সকলো মন্তব্য
#AssamMyGov, #MyGov, #AssamTourism
Reset
121 তথ্য পোৱা গ’ল
1810

Kuseswar Prasad 8 বছৰ 3 হিচাপপূৰ্বে

Sir In my opinion below initiatives need to be taken to boost the Tourism:
1. Proper advertisement at national and international forum for the different tourist spot like hand-loom, national park, adventure spots, archaeological places etc.
2. Expansion of road connectivity mostly the NH and SH.
3. Govt initiated Travel Packages which include everything like food, stay, guide, local travel, sports like gliding, parachute, bungee jumping, rafting, boating and other adventure sports etc.

2170

Krishna Das 8 বছৰ 3 হিচাপপূৰ্বে

Sir,one of the important factor bof development of our state is education standard,which I think all will agree.Now a days private & govt institutions are making barrier/inequalities among public in terms of charges/fees..if the fees,charges on school, college's of private are not monitored/controlled..We can't help our next generation students to go equally/educate on smooth environment.. Private institutions/schools are considering Guwahati people like ATM..and focus loosing from education.

370

goutom ain 8 বছৰ 3 হিচাপপূৰ্বে

MAKE ASSAM BEAUTIFUL!! STOP GUTKHA, PAN MASALA ETC

To make Assam a beautiful tourist destination, first the red and white spot of gutkha, pan and lime stone should be stopped. Govt. has to take a strict initiative to stop this. I feel very pity seeing the condition of this city getting deteriorated daily by this.

580

ashim bora 8 বছৰ 3 হিচাপপূৰ্বে

(6) ব্ৰহ্মপুত্ৰ আৰু আন নদীসমূহৰ নৈশৰ্গিক সৌন্দৰ্য উপভোগ কৰিব পৰাকৈ গোৱা ৰ আৰ্হিত কটেজৰ ব্যৱস্হা কৰিব লাগে৷
(7) জনজাতীয় খাদ্যভাস,পানীয় ইত্যাদি পৰ্যটক সকলক উপলব্ধ কৰাব লাগে৷

580

ashim bora 8 বছৰ 3 হিচাপপূৰ্বে

(3) অসমৰ পৰা বহিৰাজ্য বা বহি ৰাষ্ট্ৰলৈ ৰপ্তানি হোৱা প্ৰত্যেক বস্তুৰ পেকেটত অসম পৰ্যটনৰ ৱেৱচাইটৰ এড্ৰেচ টো ছপা কৰি বিজ্ঞাপন দিয়াৰ লাগে৷আৰু প্ৰয়োজন হলে এই বিজ্ঞাপন ছপা কৰা সামগ্ৰীৰ কৰ কিছু পৰিমানে হ্ৰাস কৰিব লাগে ৷লগতে অসম পৰ্যটনৰ ৱেৱচাইটৰ এনড্ৰইড এপৰ ব্যৱস্হা কৰিব লাগে৷
(4) অসমৰ প্ৰচুৰ পৰ্যটন সম্ভাৱনা পূৰ্ণ ক্ষেত্ৰ সমূহ যেনে সৰু সৰু জলপ্ৰপাত বোৰত ছিকিমৰ আৰ্হিত উন্নয়ণ কৰি তুলিব লাগে৷
(5) ভাৰতৰ সকলো ডাঙৰ চহৰতে হাৰ্ডিং আৰি অসম পৰ্যটনৰ বিজ্ঞাপন দিব লাগে৷

580

ashim bora 8 বছৰ 3 হিচাপপূৰ্বে

(1) অসমলৈ অহা পৰ্যটক সকলৰ সুবিধাৰ বাবে বৰঝাৰ বিমান বন্দৰ আৰু গুৱাহাটী ৰেল স্টেচনত একোটিকৈ " পৰ্যটক হেল্প চেন্টাৰ " খুলিব লাগে৷য'ত অসম চৰকাৰৰ পৰ্যটন বিভাগৰ দ্বাৰা পৰ্যটক সকলক একোখন কৈ হাত পুথি প্ৰদান কৰিব লাগে৷যিখন হাতপুথিত অসমৰ পৰ্যটন ক্ষেত্ৰ বোৰৰ ঠিকনা,ইতিহাস ও আভাস থাকিব৷
(2) প্ৰত্যেক বছৰে নাগালেণ্ডৰ " হৰ্ণবিল" উৎসৱৰ দৰে এটি উৎসৱ পালনৰ ব্যৱস্হা কৰিব লাগে৷য'ত অসমৰ প্ৰত্যেক জনগোষ্ঠীৰে বাৰেৰহনীয়া সংস্কৃতি প্ৰদৰ্শনৰ ব্যৱস্হা কৰিব লাগে৷

2580

Ankshuman Baruah 8 বছৰ 3 হিচাপপূৰ্বে

The entire campaign needs a revamp. Think what you want tourists to think of Assam and then start planning campaign. Take help of big ad agenices like Ogilvy & Mather for online and offline marketing. Ensure the work is reviewed by an assamese, who knows about the state well.
Hopefully my comments prove to be beneficial in some ways. Let's make Assam Awesome again!
Jai Aai Axom! (3/n)