You don't have javascript enabled. Please Enabled javascript for better performance.

অসমৰ জনপ্ৰিয় পৰ্যটনস্থলী সমূহক অধিক কাৰ্যক্ষম কৰি তুলিবলৈ পৰামৰ্শৰ আহ্বান

Start Date: 07-04-2017
End Date: 07-05-2017

অসমৰ চহকী পৰ্যটন ক্ষেত্ৰখনক এক বাণিজ্যিক সম্পদ হিচাবে গঢ়ি তোলাৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসমৰ চহকী পৰ্যটন ক্ষেত্ৰখনক এক বাণিজ্যিক সম্পদ হিচাবে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে কাম কৰি আছে আৰু বহুক্ষেত্ৰত সফল হৈছে।জৈৱবৈচিত্ৰত চহকী অসম বিভিন্ন জীৱ-জন্তু, উদ্ভিদ তথা প্ৰাকৃতিক সম্পদকে ধৰি সাংস্কৃতিক ঐতিহ্যৰে ভৰা এখন ৰাজ্য।

অসম চৰকাৰৰ পৰ্যটন বিভাগে ৰাইজৰ পৰা বিভিন্ন পৰ্যটন স্থলী সমূহক আৰু অধিক কিদৰে জনপ্ৰিয় কৰি তুলিব পাৰি সেই সম্পৰ্কে মতামত আহ্বান কৰিছে।

অন্তিম তাৰিখ ১০ মে, ২০১৭

সকলো মন্তব্য
#AssamMyGov, #MyGov, #AssamTourism
Reset
121 তথ্য পোৱা গ’ল
240

Kalpana Bhagabati 6 বছৰ 11 হিচাপপূৰ্বে

Continued from my previous comment:
10.CCTV surveillance.Round d clock security inside premises.
11.Effective crowd control mechanism.
12.wi-fi, public adress systems, computerised ticketing system.
13.play garden for kids.
14.proper facility for lady tourists and babies.
15.include nearby communities in maintaining d places also generate livelihood for them.encourage home stay nearby.
16.provide battery-cars within d vrnue .display d history related to dat place on digital screens.

240

Kalpana Bhagabati 6 বছৰ 11 হিচাপপূৰ্বে

1. Proper connectivity with nearest bus stop, railway station , airport, river port, metro.
2. Proper access control to main tourist venue using sophisticated technology.
3. Proper signage in multiple languages.
4. Provide proper infrastructure for the physically disabled and elderly persons.
5. Drinking water, paid toilet, washrooms and dustbins.
6. Rest rooms.
7. Safety locker and cloak room.
8. Designated spots for keeping shoes in case for religious place.
9. Canteen/cafeteria.

370

Lakhyajit Sarmah 6 বছৰ 11 হিচাপপূৰ্বে

communication is a big issue !! first road communication !! easy access !! yet no proper bus stand to any of the city in Assam from Guwahati. Refer KSRTC , online portal booking, regular timing. Bangalore - Mysore distance is almost same with Nagaon-Guwahati, you can refer this govt site how peoples are easily commuting any cities from Bangalore. #assammygov #mygov #assamtourism

2370

Priyanka Das 6 বছৰ 11 হিচাপপূৰ্বে

Respected CM Sir,
I would like to request the following:
1. Construction of clean toilets with water facility at the potential sites of tourism, also in the boats/ ferry leading to Majuli.
2. Provision of dustbin at proximity to keep the place clean.
3. Strict rule to keep the site clean (particularly during picnic seasons)
4. Ban on spitting at, after chewing beetle nut.
5.Destruction of toilets constructed at river bank, having the outlet to the running river.
6.provision of sitting .

610

DHIRONATH BARMAN 6 বছৰ 11 হিচাপপূৰ্বে

মাননীয় মুখ্যমন্ত্ৰী মহোদয়, চৰকাৰী অথবা বেচৰকাৰী চিকিSসালয়ত চিকিSসা সমাপন কৰাৰ পাছত কোনো ব্যক্তিয়ে যদি মৃত্যুবৰন কৰে তেন্তে তেনে প্ৰত্যেকজন ৰোগীৰ ক্ষেত্ৰত চিকিSসা সেৱাৰ বানচ সম্পুৰ্ণ ৰেহাই কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । প্ৰয়োজন অনুসাৰে তাৰ বাবে চিকিসালয়ত মৃত্যু বৰণ কৰা ৰোগী সকলৰ সেৱাৰ স্বাৰ্থত প্ৰতিখন চিকিসালয়ত এটি ন্যাস গঢ়ি তুলিব লাগে যি ন্যাসত চিকিSসালয়ৰ পৰা সুস্বাস্থ্যলৈ হাঁহিমুখে উভতি যোৱা ৰোগীয়ে নিজৰ মুঠ চিকিSসা বানচৰ পৰা উক্ত ন্যাসলৈ ১% অথবা ২% ধন ন্যাসলৈ অনুদান হিচাপে আগবঢ়াব যাব ।

610

DHIRONATH BARMAN 6 বছৰ 11 হিচাপপূৰ্বে

মাননীয় মুখ্যমন্ত্ৰী মহোদয়, শিক্ষা ক্ষেত্ৰৰ সংস্কাৰ সাধন কৰি আমূল পৰিৱৰ্তন আনিবলৈ হলে সম্পূৰ্ণ বেতন আৰু অন্যান চাৰকাৰী সা-সুবিধা প্ৰাপ্ত শিক্ষক সমাজে ছাত্ৰ-ছাত্ৰীৰ পৰা ধনৰ বিনিময়ত Tution কৰাটো বন্ধ হব লাগিব । একমাত্ৰ ব্যক্তিগত আৰ্থিক লাভালাভৰ নিমিত্তে এচাম অসাধু চৰকাৰী শিক্ষকে বিদ্যালয় অথবা মহাবিদ্যালয়ৰ শিক্ষা ব্যৱস্থাটোক অৱহেলা কৰি শিক্ষকতা বৃত্তিক একমাত্ৰ দৰমহা আৰু অন্যান সা-সুবিধা সমুহ লাভৰ সম্বল হিচাপে ব্যৱহাৰ কৰি আহিছে যাৰ ফলত দুখীয়া গ্ৰাম্যাঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকল বাৰুকৈ ক্ষতিগ্ৰস্থ হৈছে ।

684420

KAMAL DAS 6 বছৰ 11 হিচাপপূৰ্বে

first to make more popularity in tourism sector invilve local youth for the locally tourism area with trained up, arrange low ranges touris lodge,local vehicale , a tourist call centre of multi language, prapare local food for tourist in home based catering where localcommitte involved,prapare local plants, flora & fauna guide centre, local based musuem, a area wise project start & maintain by local body

1370

Noni gopal Dutta 6 বছৰ 12 হিচাপপূৰ্বে

ঐতিহাসিক সমল অাৰু অঞ্চল বোৰক অাধুনিক কৌশল ব্যৱহাৰ কৰি পৰ্যটকৰ অাকৰ্ষণীয় কৰি থুলিব লাগিব,স্পত বোৰ বাছি উলিয়াই স্থানীয় লোকক নিয়োগৰ ব্যৱস্থা কৰিব লাগিব,নদী পৰ্যতনৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে