You don't have javascript enabled. Please Enabled javascript for better performance.

Arohan: Frontrunner in Pork Processing

Start Date: 16-03-2019
End Date: 31-03-2022
২০১২ চনত তিনিজন বন্ধুৱে মিলি সোণাপুৰত আৰম্ভ কৰিছিল খাদ্য প্ৰক্ৰিয়াকৰণৰ এটি উদ্যোগ। অৰিন্দম হাজৰিকাৰ নেতৃত্বত আৰম্ভ হোৱা এই উদ্যোগটোৰ নাম হ’ল আৰোহণ ফুড প্ৰছেছিং প্ৰাইভেট লিমিটেড। খুবেই সীমিত বাজেটেৰে আৰম্ভ হোৱা এই উদ্যোগটো বৰ্তমান অসমৰ এক অন্যতম খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ হিচাবে পৰিচিত হৈ পৰিছে। মুলত: গাহৰিৰ মঙহৰ চচেজ্ (Sausage), বেকন (Bacon)আদি বহুল জনপ্ৰিয় খাদ্যৰ উৎপাদনত ব্যস্ত হৈ আছে এই উদ্যোগটো। আৰোহণ ফুড প্ৰছেছিঙে এতিয়া কেৱল খাদ্য বস্তু উৎপাদনতেই সীমাবদ্ধ হৈ থকা নাই, অসমৰ বিভিন্ন ঠাইত গাহৰি পালনেৰে প্ৰায় ২৫০০ মহিলাক স্বাৱলম্বিতাৰ এক নতুন বাট দেখুৱাই আহিছে। আৰোহণ ফুড প্ৰছেছিঙৰ এই সফল যাত্ৰাৰ বিষয়ে কিছু কথাৰ গম লও আহক।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল