You don't have javascript enabled. Please Enabled javascript for better performance.

Dipen Pator: Making It Big Through Banana Cultivation

Start Date: 18-08-2018
End Date: 31-08-2021
মৰিগাঁও জিলাৰ আমলিঘাট বৰ্তমান কলখেতিৰ বাবে জনাজাত হৈ পৰা এক অঞ্চল। আমলিঘাটৰ কৃষক দ্বীপেন পাটৰে যোৱা ১১ বছৰ ধৰি এই অঞ্চলত কলখেতিৰ লগত জড়িত হৈ আছে। মুলত: মালভোগ, অমৃত সাগৰ আৰু জাহাজী কলৰ খেতিৰে স্বাৱলম্বী হোৱা দ্বীপেন পাটৰ এক আদৰ্শ কৃষক হিচাবে অঞ্চলটোত জনাজাত হৈ পৰিছে। এই বছৰৰ মে' মাহত অসম চৰকাৰৰ উদ্যোগত অসমৰ বিভিন্ন প্ৰান্তৰ ১৫ গৰাকী কৃষকক ভিয়েটনাম ভ্ৰমণৰ বাবে বাচনি কৰা হৈছিল। এই দলটোৰ এগৰাকী অন্যতম সদস্য আছিল দ্বীপেন পাটৰ। বৰ্তমান কলখেতিকে জীৱিকাৰ এক মুখ্য সম্বল হিচাবে গ্ৰহণ কৰি স্বাৱলম্বী হোৱা দ্বীপেন পাটৰৰ কৃষিকৰ্মৰ বিষয়ে কিছু কথা জানো আহক।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল