You don't have javascript enabled. Please Enabled javascript for better performance.
প্ৰথমবাৰৰ বাবে, স্বচ্ছ অৰু নিকা প্ৰশাসন ব্যৱস্থাৰে অসম এক সৱল ৰূপত উন্নয়নমুখী বাটেৰে গতি কৰিছে। দৰিদ্ৰজন, মধ্যবিত্ত শ্ৰেণী, সমাজৰ দুৰ্বল শ্ৰেণীকে ধৰি ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তৰ, প্ৰতিখন ক্ষেত্ৰৰ জনতা অসম চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ দ্বাৰা উপকৃত হৈছে। যোৱা কিছুবছৰত অসম চৰকাৰৰ কিছুমান জন কল্যাণমূলক আঁচনিৰ সবিশেষ তলত উল্লেখ কৰা হ’ল
মুঠ আঁচনি 25
Asom Darshan
PM Jan Arogya Yojana
Arundhati Gold Scheme
Atal Amrit Abhiyan
Kanaklata Mahila Sabalikaran Achoni
Pradhan Mantri Ujjwala Yojana
Indira Miri Widow Pension Scheme
  •