- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
Assam Through Your Lens শীৰ্ষক চুটি-ছবি প্ৰতিযোগিতা
অসম হৈছে প্ৰকৃতি, কলা-সংস্কৃতি, ঐতিহ্যৰে ভৰা এখন চহকী ৰাজ্য। ইয়াত ...

অসম হৈছে প্ৰকৃতি, কলা-সংস্কৃতি, ঐতিহ্যৰে ভৰা এখন চহকী ৰাজ্য। ইয়াত খোদিত হৈ আছে হাজাৰ বছৰীয়া ইতিহাসৰ লিপি। এই চহকী সৌন্দৰ্যক উদ্ভাষিত কৰি তোলাৰ উদ্দেশ্যে ‘জনতাৰ চৰকাৰ (MyGov Assam)’ আয়োজন কৰিছে ‘Assam Through Your Lens’ শীৰ্ষক এখন চুটি-ছবি প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ মাধ্যমেৰে বিনন্দীয়া অসমৰ কলা-সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যকে ধৰি বিভিন্ন দিশ অডিঅ’ ভিডিঅ’-মাধ্যমৰ যোগেদি এক বিহংগম দৃষ্টিৰে চোৱাৰ প্ৰয়াস কৰা হ’ব। সকলোৰে বাবে মুকলি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহক আমি আমাৰ ৰূপহী অসমখনক কেমেৰাৰ মাধ্যমত এক অনন্য ৰূপত দাঙি ধৰাৰ প্ৰয়াস কৰোঅ। অংশগ্ৰহণত আগ্ৰহী সকলৰ বাবে তলত নিয়মাৱলী উপলব্ধ।
যোগদানৰ অন্তিম তাৰিখ : ৩০ জুন, ২০১৯
প্ৰথম পুৰস্কাৰ : ২৩,০০০ টকা
দ্বিতীয় পুৰস্কাৰ : ১৭,০০০ টকা
চুটি ছবি সমূহ mygovassam@gmail.com ৰ যোগেদি পঠিয়াব লাগিব। প্ৰেৰণ কৰোতে ছবিখনৰ লগতে ছবিখনৰ বিষয়বস্তু সম্পৰ্কে ১০০ টা শব্দৰ ভিতৰত এটা সাৰাংশ আৰু পৰিচালক সহ কলা-কুশলীৰ নাম প্ৰেৰণ কৰাটো বাধ্যতামূলক।
•প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ‘জনতাৰ চৰকাৰ (MyGov Assam)’ ৱেব পৰ্টেলত পঞ্জীয়ন কৰাটো বাধ্যতামূলক।
•এই প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব।
•সৰ্বোচ্ছ ৫ মিনিট দৈৰ্ঘ্যৰ চুটি ছবি হোৱাটো প্ৰয়োজনীয়।
•ইমেইল যোগে চুটি ছবি প্ৰেৰণ কৰাৰ পাছত ‘জনতাৰ চৰকাৰ (MyGov Assam)’ ৱেব পৰ্টেলৰ প্ৰতিযোগিতা ঘোষণা শাখালৈ গৈ মন্তব্য শিতানত প্ৰেৰণকাৰীৰ নাম আৰু ঠিকনা প্ৰকাশ কৰাটো জৰুৰী।
•চুটি ছবি অসমৰ যিকোনো ভাষাত নিৰ্মিত হ’ব পাৰে। অসমীয়া আৰু ইংৰাজীৰ বাহিৰে অইন ভাষাত প্ৰস্তুত কৰা চুটি ছবিৰ ক্ষেত্ৰত ইংৰাজী ভাষাত চাব-টাইট্`ল থকাটো বাঞ্চনীয়।
•যদিও চুটি ছবি সমুহ অসমৰ যিকোনো বিষয়বস্তুৰ ওপৰত হ’ব পাৰে তথাপি কেন্দ্ৰীভূত বিষয়বস্তু কিছুমান হ’ল – পৰ্যটন, কলা-সংস্কৃতি, থলুৱা খাদ্য, সাজ-পাৰ, নাগৰিকৰ কৰ্তব্য ইত্যাদি
•চুটি ছবি কাহিনী (Fiction) অথবা অ-কাহিনীমূলক (Non-Fiction) হ’ব পাৰে।
•চুটি ছবিৰ মানদণ্ড উচ্চ মানবিশিষ্ট (High Definition) হোৱাটো বাঞ্চনীয়।
•এগৰাকী প্ৰতিযোগীয়ে এখন মাথো চুটি ছবি প্ৰেৰণ কৰিব পাৰিব।
•চুটি ছবিত কোনো কাৰণত আপত্তিজনক বিষয়বস্তু থাকিব নোৱাৰিব।
•সম্পুৰ্ণ গুণগত মানদণ্ড (Complete Packaging) -ৰ (চিত্ৰনাট্য, চিত্ৰগ্ৰহণ, সম্পাদনা, সংগীত, ধাৰা বিৱৰণী, শব্দকে ধৰি) ওপৰত ভিত্তি কৰি বিজয়ী নিৰ্বাচন কৰা হ’ব।
•চুটি ছবি প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰা সকলো উপাদান (সংগীত, দৃশ্যাংশ, শব্দ, গ্ৰাফিক্স আদিকে ধৰি)মৌলিক হোৱাটো প্ৰয়োজনীয়।
•চুটি ছবি সমূহ প্ৰস্তুত কৰোতে চৌৰ্যবৃত্তিৰ আশ্ৰয় লোৱাৰ সম্ভেদ পালে তেনে চুটি ছবি প্ৰতিযোগিতাৰ পৰা বাতিল কৰা হ’ব।
•নিৰ্বাচিত চুটি ছবিত কপিৰাইটযুক্ত কোনো উপাদান সংযোজিত হৈ থাকিলে তাৰ বাবে প্ৰস্তুতকাৰী সম্পুৰ্ণৰূপত আইনীভাৱে দায়বদ্ধ হ’ব। এই ক্ষেত্ৰত ‘জনতাৰ চৰকাৰ (MyGov Assam)’ কোনোপধ্যে জগৰীয়া নহ’ব।
•চুটি ছবিসমূহ ১ জানুৱাৰী ২০১৮ ৰ পাছত সম্পুৰ্ণ হোৱা প্ৰকল্প হ’ব লাগিব।
•মাই গভ্ অসমৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ’ব।
•এই প্ৰতিযোগিতালৈ পঠিওৱা সকলো ভিডিঅ’ ‘জনতাৰ চৰকাৰ (MyGov Assam)’ ৰ সম্পত্তি হিচাবে বিবেচনা কৰা হ’ব আৰু এই ভিডিঅ’ সমূহ মাই গভ্ অসমে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সম্পুৰ্ণ কৰ্তৃত্ব থাকিব।
•এই প্ৰতিযোগিতা সংক্ৰান্তীয় যিকোনো তথ্যৰ বাবে ‘জনতাৰ চৰকাৰ (MyGov Assam)’ ৰ ফেচবুক, টুইটাৰ, আৰু ইনষ্টাগ্ৰাম ৰ পৃষ্ঠাসমুহ অনুসৰণ কৰক।
Sonu kumar 6 বছৰ 5 হিচাপপূৰ্বে
It is very devolved and success Assam govt.there are Sussex fully accepted Assam peoples.
Shivshankar k. Chopkar 6 বছৰ 5 হিচাপপূৰ্বে
). Our aim is “Green revolution in the whole world for all human being. This is God Gift us. Search on Google as “Artificial rainmaking by endothermic reactions” or web site www.irrindia.org you know more details.
Please consider IRRA Scientist request for your proposal. Your help may be most useful for all human being.
Thanks with regards
Sincerely
IRRA Scientist Group.
Warud, Sewagram-442102,Wardha,(M.S.),India.
(M) +91 9420445108
Email:-skc.arr@rediffmail.com
Web:-www.irrindia.org
Please vis
Shivshankar k. Chopkar 6 বছৰ 5 হিচাপপূৰ্বে
Dear Sir,
IRRA Scientist Group, proposed “Novel technology for artificial rainmaking using high power Laser system initiation endothermic reactions in a way of natural lightning phenomena through Aircrafts on large scale, in the atmosphere”, which is practically proved in Laboratory Scale as well as in the atmosphere up to 75m altitude. Our novel technology is awarded with International Publication Patent No:-WO/2008/062441 and Revised International Patent Application No.PCT/IN2017/000105. Indi
syed liyakath ali 6 বছৰ 5 হিচাপপূৰ্বে
Assam has different culture and diversity.in present govt in centre have developed the Assam in different sectors but more needed their.especially education employment generation and should make new factories for chai business so that local youth gets job in these sectors and Assam will be more prosperous under the leadership of narender modi ji
KALYAN 6 বছৰ 5 হিচাপপূৰ্বে
ASSAM NORTH EAST STATES IS A VERY BEAUTIFUL PLACE WE CAN VISIT WITH TEA FAMOUS THERE. OTHER THAN TEA YOU CAN SEE RHINOS , FAMOUS DANCE BIHU AND MANY BEAUTIFUL TEMPLES OF GOD AND GODDESS. THE NATURE OF ASSAM WILL NOT LET YOU GO FROM THERE. SO IF YOU GET CHANCE PLEASE VISIT ASSAM.
Partha sarkar 6 বছৰ 5 হিচাপপূৰ্বে
Good