- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
“মোৰ গাঁও, মোৰ ধাৰণা” শীৰ্ষক ৰচনা প্ৰতিযোগিতা
মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে ২০২১-২২ বিত্তীয় ...

মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে ২০২১-২২ বিত্তীয় বৰ্ষৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই উদ্দেশ্য আগত ৰাখি “মোৰ গাঁও, মোৰ ধাৰণা” শীৰ্ষক এখন ৰচনা প্ৰতিযোগিতাৰ আহ্বান কৰা হৈছে।
এখন আদৰ্শ গাঁও গঢ়ি তোলাৰ বাবে আপোনাৰ সপোনৰ গাঁওখনৰ ওপৰত এই ৰচনাখন লিখিব লাগিব।
এই প্ৰতিযোগিতাৰ বিজয়ী সকলক অসমৰ মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ সম্বলিত এখন প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব।
চৰ্তাৱলী:
• ৰচনাৰ মূল বিষয় : মোৰ গাঁও, মোৰ ধাৰণা
• ৰচনাখনৰ সৰ্বাধিক শব্দ ১৫০০ টা হোৱাটো প্ৰয়োজন।
• ৰচনাসমূহ ইংৰাজী, অসমীয়া, হিন্দী, বাংলা অথবা বড়ো ভাষাত হ’ব লাগিব।
• পিডিএফ ফাইল হিচাবে জমা দিব লাগিব আৰু ফাইলৰ আকাৰ ১০ এম বি ত কৈ কম হ’ব লাগিব।
• এজন প্ৰতিযোগীয়ে কেৱল এখন ৰচনাহে পঠিয়াব পাৰিব অন্যথা অগ্ৰাহ্য কৰা হ’ব।
• ৰচনাখনৰ মূল প্ৰতিলিপিহে গ্ৰহণ কৰা হ’ব। নকল প্ৰতিলিপি গ্ৰাহ্য কৰা নহ’ব।
• ৰচনা স্বলিখিত হোৱাটো বাঞ্চনীয়।
বি:দ্ৰ: ৰচনাসমূহ মূল প্ৰতিলিপিৰ হয়নে নহয় সেয়া বিচাৰ কৰি চাবলৈ সমিতিয়ে সকলো প্ৰচেষ্টা হাতত ল’ব। ৰচনাসমূহ নকল প্ৰতিলিপি বুলি চিনাক্ত হ’লে মাই গভ অসম পৰ্টেল দায়ী নহ’ব।
Sri Partha Borah 8 বছৰ 3 হিচাপপূৰ্বে
শ্ৰদ্ধাৰ,মাননীয় মুখ্য়মন্ত্ৰী ডাঙৰীয়া, আপোনাৰ এই অভিনৱ প্ৰচেষ্টাক সহাঁৰি জনাই "Chief minister Samagra Gramya Unnayan" লে মই জন্ম গ্ৰহণ কৰা নামতি কুকুৰাচোৱা গাঁওখনক লৈ লিখা ৰচনা খনি আপোনাক অৰ্পণ কৰিলো৷
Alisha Naaz Ansari 8 বছৰ 3 হিচাপপূৰ্বে
Theme-MY VILLAGE MY IDEA
Adarsha Vidyalaya,Aloicherra 8 বছৰ 3 হিচাপপূৰ্বে
Following students from Adarsha Vidyalaya,Aloicherra Dist.-Hailakandi,submitting essay on "My Village,My Idea".
1.Subhojeet Deb of class-VII-A
2.Khadija Begam Mazumder of class-VIII-B
3.Laxmipriya Singha of class-VIII-B
4.Tanujit Nath of class-IX
Thank you!
with regards
Principal
Adarsha Vidyalaya, Aloicherra
Dist.-Hailakandi
Mridul Sarmah 8 বছৰ 3 হিচাপপূৰ্বে
Name : Mridul Sarmah
Contact: 8399843650
Email: mridul8399@gmail.com
Dhrubajyoti Sarma 8 বছৰ 3 হিচাপপূৰ্বে
Honorable Sir,
Please find below attached my essay on the theme "My Village My Idea"
Regards,
Dhrubajyoti Sarma
8403855130/9864255130
St Anthony's Sr. Sec. School,Udaipur 8 বছৰ 3 হিচাপপূৰ্বে
I essay
avinash pratap singh 8 বছৰ 3 হিচাপপূৰ্বে
Name- Avinash Pratap Singh
University- Assam University
Mail- a.p.singh176@gmail.com
contact- 9452950205
Silvia Nampui 8 বছৰ 3 হিচাপপূৰ্বে
Name:Silvia Nampui
St.Agnes Higher Secondary School
Theme:My village my idea
Dixita Gupta 8 বছৰ 3 হিচাপপূৰ্বে
Name:Dixita Gupta
Theme:My Village, My Idea.
Medhavi Rana 8 বছৰ 3 হিচাপপূৰ্বে
NAME- MEDHAVI RANA
ESSAY ON MY VILLAGE:MY IDEA