- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
২০১৭ বৰ্ষত বন মহোৎসৱৰ পূৰ্বে আপুনি ৰোপণ কৰা গছ পুলিটোৰ সৈতে চেলফি তুলি আমালৈ প্ৰেৰণ কৰক
২০১৭ বৰ্ষত ৬৮ তম বন মহোৎসৱ উপলক্ষে আয়োজন কৰা চেলফি প্ৰতিযোগিতাত অংশ ...
২০১৭ বৰ্ষত ৬৮ তম বন মহোৎসৱ উপলক্ষে আয়োজন কৰা চেলফি প্ৰতিযোগিতাত অংশ লোৱা প্ৰতিগৰাকী প্ৰতিযোগীক জনতাৰ চৰকাৰ MyGov Assam-ৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো। এই প্ৰতিযোগিতাত অংশ লোৱা প্ৰতিযোগীসকলে নিজে ৰোপণ কৰা গছ পুলিটোৰ সৈতে এখন চেলফি তুলি আমালৈ প্ৰেৰণ কৰাৰ লগতে সেই পুলিটোৰ প্ৰতিপালনৰ সংকল্প গ্ৰহণ কৰিছিল। এইবাৰ অৰ্থাৎ ২০১৮ বৰ্ষত অহা ১ জুলাইৰ পৰা ৭ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া বন মহোৎসৱ উপলক্ষে বিগত বৰ্ষটোত প্ৰতিযোগীসকলে ৰোপণ কৰা গছ পুলিটোৰ সৈতে চেলফি তুলি জনতাৰ চৰকাৰ MyGov Assam লৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হ’ল।
প্ৰতিপালনৰ দিশৰ পৰা শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত চেলফিৰ বাবে প্ৰমাণ পত্ৰ আগবঢ়োৱা হ’ব।
চৰ্তাৱলী:
১. প্ৰতিযোগীসকলে নতুনকৈ তোলা চেলফিখনৰ লগতে বিগত বৰ্ষত তোলা চেলফিখনো গাঁঠি দিব লাগিব।
২. বিগত বৰ্ষত ৰোপণ কৰা গছপুলিটোৰ লগতহে চেলফি উঠাটো বাধ্যতামূলক।
৩. ভুৱা চেলফি প্ৰেৰণ কৰা প্ৰতিযোগীসকলৰ যোগ্যতা বাতিল কৰা হ’ব।
৪. গছ পুলিটো ৰোপণ কৰা ঠাইৰ নাম উল্লেখ কৰাটো বাধ্যতামূলক।
৫. চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে MyGov Assam-ৰ প্ৰতিনিধিয়ে পুলি ৰোপণৰ ঠাই নিৰীক্ষণ কৰিব।
৬. নিৰ্দিষ্ট সময়ৰ অন্তৰালত গছপুলিটো MyGov Assam-ৰ ফালৰ পৰা নিৰীক্ষণ কৰা হ’ব।
Ratan kakoti 5 বছৰ 8 হিচাপপূৰ্বে
Planting a life
Surajit Roy 5 বছৰ 8 হিচাপপূৰ্বে
Gach lagaw jibon bachaw aru produson mukto rakhuk poribes. Prokiti ke sokolor Val pawa uchit. Moi prokriti valpai r aponar Sokolke anurudh korsi apunio valpawk. Prokriti sokolor maa. Gach na katibo.
Bibusinha 5 বছৰ 8 হিচাপপূৰ্বে
বড় গছ অসমীয়াৰ অতি আপোন, চিনাকী গছ ৷ এই গছক অসমীয়া বিহু সংস্কৃতিৰ প্ৰসূতি বৃক্ষ বুলি কব পাৰি ৷ এই গছক অতি পবিত্ৰ বুলি গণ্য কৰা হয় ৷
বৃক্ষ ৰোপন কৰিলে বাযু মাএা বৃদ্ধি হয়
Amsar Uddin 5 বছৰ 9 হিচাপপূৰ্বে
Thanks
Amsar Uddin 5 বছৰ 9 হিচাপপূৰ্বে
The tree is planted by me
Dipjyoti nath 5 বছৰ 9 হিচাপপূৰ্বে
Lovely Assam