- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
সদৌ অসম মুকলি সাধাৰণ ভাৰত কুইজ
৭১ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাবে ‘মাই গভ অসমে’ ‘জ্ঞান ...

৭১ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাবে ‘মাই গভ অসমে’ ‘জ্ঞান ভাৰতী’ শীৰ্ষক এক সদৌ অসম মুকলি সাধাৰণ কুইজ প্ৰতিযোগিতা ১৫ আগষ্ট, ২০১৮ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ’ব। নাগৰিকৰ সৈতে মত-বিনিময় পোৰ্টেল হিচাবে মাই গভ্ অসমে জ্ঞান-ভাৰতী অনুষ্ঠানৰ জৰিয়তে সমাজত বৌদ্ধিক ঐতিহ্য নিৰ্মাণ আৰু শিক্ষা নিৰ্ভৰ সমাজৰ প্ৰসাৰৰ লক্ষ্য হাতত লৈছে।
জ্ঞান ভাৰতী পৰিচালনা কৰিব প্ৰতিথযশা কুইজ মাষ্টাৰ ভাৰতীয় সেনাৰ প্ৰাক্তন মেজৰ চন্দ্ৰকান্ত নায়াৰে। দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত তিনিজনীয়া দলে প্ৰাৰম্ভিক পৰ্যায়ত অৱতীৰ্ণ হ’ব আৰু মূল প্ৰতিযোগিতাৰ বাবে মুঠ আঠটা দল নিৰ্বাচিত কৰা হ’ব।
স্থান : প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্প, মাছখোৱা, গুৱাহাটী
প্ৰথম পুৰস্কাৰ : ১৫,০০০ টকা
দ্বিতীয় পুৰস্কাৰ : ১২,০০০ টকা
তৃতীয় পুৰস্কাৰ : ৯,০০০ টকা
চূড়ান্ত পৰ্যায়ত অৱতীৰ্ণ সকলো প্ৰতিযোগীলৈ নগদ ধন, প্ৰমাণ পত্ৰ আৰু উপহাৰ।
নিয়মাৱলী:
বয়স, শিক্ষা নিৰ্বিশেষে অসমত বাস কৰা লোকৰ বাবে কুইজ প্ৰতিযোগিতা মুকলি থাকিব।
প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে তিনিজনীয়া দল গঠন হ’ব লাগিব।
প্ৰতিটো দলত যিকোনো প্ৰতিষ্ঠান বা বয়সৰ ব্যক্তি থাকিব পাৰিব।
চূড়ান্ত প্ৰতিযোগিতাৰ বাবে ৮ টা দল নিৰ্বাচন কৰা হ’ব। দুটা দল বিদ্যালয় (দ্বাদশ শ্ৰেণীলৈ)ৰ বাবে সংৰক্ষিত হৈ থাকিব।
প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰতিযোগীসকলে ১৫ আগষ্ট, ২০১৭ ৰ পূৰ্বে মাই গভ অসম পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব।
প্ৰতিযোগিতা গুৱাহাটীত ১৫ আগষ্ট দিনৰ ২ বজাৰ পৰা আৰম্ভ হ’ব।
প্ৰতিযোগীসকলে ১.৩০ বজাৰ পূৰ্বে আসন গ্ৰহণ কৰিব লাগিব।
যিকোনো তথ্যৰ বাবে মাই গভ অসমত টুইট অথবা মন্তব্য দিব পাৰিব।
Jai P Jatia 8 বছৰ 2 হিচাপপূৰ্বে
I want to participate
duldul gogoi 8 বছৰ 2 হিচাপপূৰ্বে
I want to participate...
Hrishikesh Duarah 8 বছৰ 2 হিচাপপূৰ্বে
I also wanna participate with my co partners.
gautam bhuyan 8 বছৰ 2 হিচাপপূৰ্বে
I want to participate in the GYAN BHARATI QUIZ . I am very much looking forward to it .
AMAL SARKAR 8 বছৰ 2 হিচাপপূৰ্বে
I want to participate.......
Bijoy kairi 8 বছৰ 2 হিচাপপূৰ্বে
I am willing to participate in this mega event
Barnil Medhi 8 বছৰ 2 হিচাপপূৰ্বে
I want to participate in 'GYAN BHARATI'quiz
Rumen Alam Barbhuiya 8 বছৰ 2 হিচাপপূৰ্বে
I am really interested in this event. I want to participate in it.
JYOTISHMOi GOGOI 8 বছৰ 2 হিচাপপূৰ্বে
i want to participate...
Chandan Kumar Sah 8 বছৰ 2 হিচাপপূৰ্বে
I am willing to participate in this mega event